প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনিক ৰাজ্যজুৰি সফল ৰূপায়ণ কৰিবৰ বাবে ৰাজ্য চৰকাৰ তৎপৰ হৈছেইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিটো পঞ্চায়তৰ প্ৰতিনিধিক নিজ নিজ এলেকাত এই আঁচনি কাৰ্য্যকৰী কৰাবলৈ নিদেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই আজি টিংখাঙৰ সৰোজিনী চিলিং গ্ৰাণ্টত শলগুৰি গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত হ'ল বিশেষ সভাৰ। শলগুৰি গাঁও পঞ্চায়তৰ নেত্ৰী হিমা চাংমাইৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত কেনেকৈ ৰাইজে প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ সুবিধা লাভ কৰিব পাৰিব তাৰ এই আঁচনি সমুহৰ সুফল সমুহ কেনেধৰনৰ হ'ব , এনেবোৰ বিষয় ৰাইজক অৱগত কৰাবৰ বাবে এই বিশেষ সভা অনুষ্ঠিত কৰা হৈছিল । সৰোজিনী চিলিং গ্ৰাণ্টৰ শতাধিক ৰাইজে অংশ গ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jawaharlal Nehru Death Anniversary: खरगे-सोनिया ने नेहरू को पुण्यतिथि पर किया याद, 'शांति वन' पहुंचकर दी श्रद्धांजलि
नई दिल्ली। भारत के पहले प्रधानमंत्री पंडित जवाहरलाल नेहरू को उनकी 60वीं पुण्यतिथि...
અંબાજી મંદિર મેળા ના બંદોબસ્ત માં 5 હજાર પોલિસ કર્મીઓ ફરજ પર..
અંબાજી મંદિર મેળા ના બંદોબસ્ત માં 5 હજાર પોલિસ કર્મીઓ ફરજ પર..
જુગાર રમતા ત્રણ શખ્સો ઝડપાયા
સુરેન્દ્રનગર જીલ્લા પોલીસ વડા ના માર્ગદર્શન હેઠળ ધાંગધ્રા નાયબ પોલીસ અધિક્ષક જે ડી પુરોહિત ના...