নলবাৰী জিলাৰ দেহাৰকুছিস্থিত বৰদৈচিলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত যোৱা ১৮ আৰু ১৯ জানুৱাৰীত দুদিনীয়াকৈ আয়োজিত প্ৰয়াত প্ৰবীন চন্দ্ৰ শইকীয়া আৰু পুস্পলতা শইকীয়া সোঁৱৰণী প্ৰাইজমাণী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি নিশা সামৰণি পৰে৷উল্লেখ্য যে মংজলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ প্ৰয়াত পিতৃমাতৃৰ সোঁৱৰনত আয়োজিত উক্ত খেল প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিৰঞ্জন চন্দ্ৰ ডেকাই,বৃক্ষৰোপণ কৰে ক্ৰমে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক ৰামপ্ৰষাদ শৰ্মা,অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেন শৰ্মা,সমাজকৰ্মী হলধৰ শৰ্মা আৰু ৰামচৰণ দাসে৷সন্ধিয়া খেল উদ্বোধন কৰে নলবাৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি নৰেন শৰ্মাই৷১৯ জানুৱাৰী সন্ধিয়া চুড়ান্ত খেল উদ্বোধন কৰে অসম বানিজ্য উন্নয়ন সংস্থাৰ উপাধ্যক্ষ মধুৰাম ডেকাই৷উক্ত খেলত এম এন এলেভেনক পৰাভূত কৰি চুড়ান্ত বিজয়ী হয় পয়লা ক্ৰিকেট ক্লাৱ৷আনহাতে খেলত মেন অৱ দা মেচ আৰু মেন অৱ দা চিৰিজ খিতাপ দখল কৰে পয়লা দলৰ মুন কলিতাই৷চুড়ান্ত খেলৰ অন্তত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বটাঁবিতৰণী সভাত বটাঁসমূহ বিতৰণ কৰে৷বটাঁবিতৰণী অনুষ্ঠানত কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મર્ચન્ટ એજ્યુકેશન કેમ્પસ મહેસાણા દ્વારા અંબાજી દાંતા ખાતે મેડિકલ સેવા કેમ્પનું આયોજન કરવામાં આવ્યું.
મર્ચન્ટ એજ્યુકેશન કેમ્પસ મહેસાણા દ્વારા અંબાજી દાંતા ખાતે મેડિકલ સેવા કેમ્પનું આયોજન કરવામાં આવ્યું.
लहान मुलाला स्कूटीवर बसवणं पडलं महागात...एका चुकीमुळे भयानक दुर्घटना....बघा व्हिडिओ
लहान मुलाला स्कूटीवर बसवणं पडलं महागात...एका चुकीमुळे भयानक दुर्घटना....बघा व्हिडिओ
ಕೋವಿಡ್ ಪಾಸಿಟಿವ್ ಬಂದವರಿಗೆ ಕಡ್ಡಾಯ 7 ದಿನ ಹೋಮ್ ಐಸೊಲೇಷನ್, ಸೋಂಕಿತರ ಮನೆಗಳಿಗೆ ವೈದ್ಯರು ಭೇಟಿ ನೀಡಿ ನಿಗಾ- ಸಚಿವ ದಿನೇಶ್ ಗುಂಡೂರಾವ್
ಬೆಂಗಳೂರು: ಕೋವಿಡ್ ಸೋಂಕಿತರ ಮನೆಗಳಗೆ ಸರ್ಕಾರಿ ವೈದ್ಯರು ಭೇಟಿ ನೀಡಿ ಹೆಚ್ಚಿನ ನಿಗಾ ವಹಿಸುವಂತೆ ಆರೋಗ್ಯ ಸಚಿವ...
Stock Market Pressure LIVE | Nifty 22000 के आसपास, Sensex 550 अंक टूटा, मिड और स्मॉलकैप ज्यादा दबाव
Stock Market Pressure LIVE | Nifty 22000 के आसपास, Sensex 550 अंक टूटा, मिड और स्मॉलकैप ज्यादा दबाव