দেশৰ গণতন্ত্ৰ দিৱসৰ দিনটোৰ পৰা কংগ্ৰেছ দলে ৰাজ্যত আৰম্ভ কৰিব “হাথ চে হাথ জোড়ো অভিযানৰ ” অন্তৰ্গত ৰাহুল গান্ধীয়ে দেশবাসীৰ উদ্দেশ্যি লিখা পত্ৰ বিতৰণ কাৰ্যসুচী ৷ ভাৰত জোড়ো যাত্ৰাৰ জড়িয়তে ৰাহুল গান্ধীয়ে অনুভৱ কৰা বহু কথা সমৃদ্ধ পত্ৰখন ২৬ জানুৱাৰী দিনটোত দলটোৱে আনুষ্ঠানিকভাৱে প্ৰচাৰ কৰিব ৷ প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যত আৰম্ভ হোৱা হাথ চে হাথ জোড়ো অভিযানৰ জৰিয়তে প্ৰতিগৰাকী কংগ্ৰেছ নেতা কৰ্মীয়ে জনসাধাৰণৰ ঘৰে ঘৰে গৈ বিতৰণ কৰিব পত্ৰখন ৷ আজি নাৰায়ণপুৰত অনুষ্ঠিত দলটোৰ উত্তৰ অসম মান্ডলিক সভাত ৰাজ্যিক পৰ্যবেক্ষক ৰঞ্জিত ৰঞ্জনে বিশ্বনাথ , শোণিতপুৰ , ধেমাজী আৰু লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিসকলৰ হাতত পত্ৰৰ টোপোলা অৰ্পন কৰে ৷ তাৰোপৰি সভাখনৰ উদ্যোক্তা বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সভাপতি দুগৰাকীৰ হাতত একোটাকৈ পত্ৰৰ টোপোলা অৰ্পণ কৰি পৰ্যবেক্ষকগৰাকীয়ে ৷ ৰাহুল গান্ধীয়ে দেশবাসীৰ উদ্দেশ্যি লিখা পত্ৰখনৰ জৰিয়তে কংগ্ৰেছ দলে জনসাধাৰণৰ মাজত দলটোৰ পূৰ্ৱৰ স্থিতি ঘুৰাই আনিবলৈ বৃহৎ সদস্যভৰ্তি অভিযান হাতত লৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ground Zero : आम आदमी के सवालों का सबसे बड़ा मंच | Kota Ground Report | Samachar Plus
Ground Zero : आम आदमी के सवालों का सबसे बड़ा मंच | Kota Ground Report | Samachar Plus
Breaking News: Agra में 56 पुलिसकर्मी हुए सस्पेंड, पासपोर्ट वेरीफिकेशन के लिए मांगी रिश्वत
Breaking News: Agra में 56 पुलिसकर्मी हुए सस्पेंड, पासपोर्ट वेरीफिकेशन के लिए मांगी रिश्वत
Congress प्रवक्ता Supriya Shrinate ने 2 मिनट में जो कहा BJP के दावों की सच्चाई बता दी | Aaj Tak News
Congress प्रवक्ता Supriya Shrinate ने 2 मिनट में जो कहा BJP के दावों की सच्चाई बता दी | Aaj Tak News
SBI Share Value Now | कैसा रहा इस बार का Asset Profit ? आंकड़ों से निवेशकों के लिए क्या है संकेत?
SBI Share Value Now | कैसा रहा इस बार का Asset Profit ? आंकड़ों से निवेशकों के लिए क्या है संकेत?