ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰিহোলাত এটাসপ্তাহতেই দুটিকৈ শিশুৰ মৃত্যু হোৱাৰ ঘটনাত দুখ ব্যক্ত কৰি ক্ষতিপুৰণ দিয়াৰডিমৌত আজি দাৱী জনালে সদৌ অসম চাহ জনজাতি ছাত্ৰসন্থাৰ ডিমৌ আঞ্চলিকছাত্ৰ সন্থাৰ সম্পাদকে। উল্লেখযোগ্য যে যোৱা ১৩ জানুৱাৰীত চানি ধানোৱাৰৰ ছয় মহীয়া পুত্ৰ তন্ময় ধানোৱাৰ নামৰ শিশুটিৰ মৃত্যুহোৱাৰ পাছতেই মঙ্গল বাৰে পুনৰৰাজেন মূড়াৰ দেৰমহীয়া পুত্ৰ উজ্বল মৰাণৰ শীতৰ বাবে মৃত্যু হৈছে।আটছা নেতাজনে এই সন্দৰ্ভত অসম চৰকাৰৰ দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মহনক শিলাবৃষ্টিত ক্ষতি হোৱা।আৰু শীতৰ বাবে মৃত্যু হোৱা শিশুৰ পৰিয়ালক এককালীন সাহাৰ্য্য আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ताज प्रेस क्लब की बिल्डिंग का एक हिस्सा बारिश से गिरा
आगरा: दो दिन से लगातार हो रही बारिश से ताज प्रेस क्लब का एक हिस्सा भरभराकर गिर पड़ा। गनीमत रही कि...
દેશી ડાન્સ 😅✌️| VAGU & FUMTAJI ACTOR NI MOJ | SB HINDUSTANI |#comedy #vairal #gujarati #video
દેશી ડાન્સ 😅✌️| VAGU & FUMTAJI ACTOR NI MOJ | SB HINDUSTANI |#comedy #vairal #gujarati #video
बीड जिल्हाशल्य चिकित्सकाच्या बदली विरोधात सामाजिक कार्यकर्त्यांचे जिल्हाधिकारी कार्यालयाबाहेर आंदोलन
बीड जिल्हाशल्य चिकित्सकाच्या बदली विरोधात सामाजिक कार्यकर्त्यांचे जिल्हाधिकारी कार्यालयाबाहेर आंदोलन
પોલીસ ઉપર ખોટા આક્ષેપો કરતા ડીસા કોર્ટે રૂપિયા 10,000 નો દંડ ફટકાર્યો
સાચી વિગતો છુપાવી બ.કાં.એસ.પી.અને ડિસા તાલુકા પોલીસ ઉપર ખોટા આક્ષેપો કરતા અરજદારને રૂ.૧૦,૦૦૦ નો...
एकदंत गणेश मंदिर पर हुई भजन संध्या
एकदंत गणेश मंदिर पर हुई भजन संध्याबूंदी। गणेश महोत्सव पर शहर के विकास नगर स्थित एकदंत गणेश मंदिर...