পত্নীয়ে হত্যা কৰি পুতি থলে স্বামীৰ মৃতদেহ

চৰাইদেউ চটীয়ানাগুৰিত নৃশংস হত্যাকাণ্ড।পত্নীয়ে হত্যা কৰি পুতি থলে স্বামীৰ মৃতদেহ।

পত্নী লক্ষী মূড়াই ৰঞ্জিত মূড়াক হত্যা কৰি নিজ গৃহৰ ভিতৰতে পুতি থোৱাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিজ স্বামীক দুদিন পূৰ্বে দাৰে ঘপিয়াই নিজ গৃহৰ ভিতৰত পুতি থৈছে বুলি জনাইছে গঞাই।ইতিমধ্যে আৰক্ষী মহিলা গৰাকীক সোধা পোছা অব্যাহত ৰাখিছে।