শনিবাৰে ৰাজ্যবাসীয়ে ধুমধামেৰে উৰুকাৰ ভোজভাত খোৱাৰ পিচত আজি পূৱাই মেজিত অগ্নি সংযোগ কৰি ভোগালী উদযাপন কৰে৷আজি পূৱাই গা-পা ধুই ৰাজ্যবাসীয়ে মেজি জ্বলোৱাৰ লগতে জ্যেষ্ঠ জনক সেৱা আৰু কনিষ্ঠ জনৰ মৰমৰ অন্তত মেজি প্ৰজ্বলন কৰে৷উল্লেখযোগ্য যে উৰুকাৰ নিশা বহুতো ঠাইত সমূহীয়া ভোজভাতৰ আয়োজন কৰি নিশা আনন্দৰে নাচিবাগি পাৰ কৰে৷মনকৰিবলগীয়া যে এইবেলি ভোগালীৰ বজাৰ সমূহত অজস্ৰ ৰাইজৰ সমাগম হোৱা দেখা যায়৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દેશભરમાં આજે વિવિધ ધર્મના લોકોના ઘેર કોઈપણ ભેદભાવ વગર બાપ્પા ઘેર પધારશે
દેશભરમાં આજે વિવિધ ધર્મના લોકોના ઘેર કોઈપણ ભેદભાવ વગર બાપ્પા ઘેર પધારશે
एक तीर से दो निशाने! अजमेर रैली के जरिए राजस्थान विधानसभा चुनाव और मिशन 2024 पर है बीजेपी की नजर?
नई दिल्ली, BJP's Ajmer rally: राजस्थान में इस साल के अंत में विधानसभा चुनाव होने हैं।...
ಕಾಂಗ್ರೆಸ್ ಪಕ್ಷ ಹಿಂದುಳಿದ ವರ್ಗಗಳ ವಿಭಾಗದ ರಾಜ್ಯ ವೈಸ್ ಚೇರ್ ಮೆನ್ ಆಗಿ ಪವನ್ ಕುಮಾರ್ ನೇಮಕ
ಬೆಂಗಳೂರು : ಕರ್ನಾಟಕ ಪ್ರದೇಶ ಕಾಂಗ್ರೆಸ್ ಸಮಿತಿ ಹಿಂದುಳಿದ ವರ್ಗಗಳ ವಿಭಾಗದಲ್ಲಿ ರಾಜ್ಯ ವೈಸ್ ಚೇರ್ ಮೆನ್ ಆಗಿ...
অৰুণাচল প্ৰদেশৰ পাছিঘাটত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী পালন
অৰুণাচল প্ৰদেশৰ পাছিঘাটত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্ম জয়ন্তী পালন