আজিৰ খবৰ, গোৱালপাৰা, ১৯ জুলাই, ২০২২ : অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন নতুন প্ৰতিভা সন্ধানৰ উদ্দেশ্যৰে অসম অলিম্পিক সন্থাই অসম চৰকাৰৰ সহযোগত অহা ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ গুৱাহাটীত যুৱ অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰিব । সেয়ে উক্ত প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসম অলিম্পিক সন্থাই প্ৰতিখন ক্ৰীড়া জিলাৰ সহযোগত প্ৰতিখন জিলাতে অলিম্পিক শিখালৈ সামূহিক দৌৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । আজি অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিষ্ণুৰাম ননিছাই অলিম্পিক শিখালৈ গোৱালপাৰাৰ ডি এন সিংহ ষ্টেডিয়ামত উপস্থিত হোৱাৰ পিছতে গোৱালপাৰা ক্ৰীড়া সন্থাৰ সহযোগত অলিম্পিক শিখালৈ সামূহিক দৌৰ অনুষ্ঠিত হয় । গোৱালপাৰাৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কুমাৰ কোঁৱৰ অতিথি হিচাপে উপস্থিত থাকি সামূহিক দৌৰৰ শুভাৰম্ভ কৰে । কাৰ্যসূচীটোত গোৱালপাৰা জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন দাস আৰু সাধাৰণ সম্পাদক ৰত্ন দাসৰ লগতে আন আন বিষয়ববীয়া সকল উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हिमाचल में धूप के साथ खिला पर्यटन, छुट्टियों पर भारी संख्या में शिमला-मनाली पहुंच रहे पर्यटक
मौसम में आए बदलाव के कारण हिमाचल में धूप के साथ पर्यटन भी खिलने लगा है। तीन दिन के अवकाश के चलते...
'फैसला जो भी हो, अमेरिका के साथ हमारे रिश्ते और मजबूत होंगे', अमेरिकी राष्ट्रपति चुनाव पर एस जयशंकर
विदेश मंत्री एस जयशंकर ने अपनी ऑस्ट्रेलियाई समकक्ष पेनी वोंग के साथ एक संयुक्त प्रेस कॉन्फ्रेंस...
G20 Summit: Rishi Sunak ने घुटने पर बैठकर बांग्लादेश की पीएम Sheikh Hasina से की बात। INDIA
G20 Summit: Rishi Sunak ने घुटने पर बैठकर बांग्लादेश की पीएम Sheikh Hasina से की बात। INDIA
महात्मा गांधी इंग्लिश मीडियम स्कूल में पौधारोपण आज।
नमाना कस्बे की स्थानीय महात्मा गांधी इंग्लिश मीडियम स्कूल में हरियाली तीज महोत्सव...