কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত সুদৰ্শন ক্লাৱ,বাৰাংহাটীৰ উদ্যোগ অহা ১৫,১৬ আৰু ১৭ জানুৱাৰীত ভোগালী বিহু উপলক্ষে ২৩তম বাৰ্ষিক প্ৰাইজমাণী নক আউট টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হব লগা উক্ত খেলত অংশগ্ৰহণ কৰিবলগীয়া অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক দলক ৯৭০৭১৯৭৫৮৬,৯১০১৭৪১০৫৪,আৰু ৬৯০০৪৮৩০৩০ ফোন নংত যোগাযোগ কৰিবলৈ খেল পৰিচালনা সমিতিয়ে অনুৰোধ জনাইছে৷আনহাতে খেলত সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজি ভাৰতৰত্ন লতা মংগেশকাৰৰ ওপজা দিন!
আজি ভাৰতৰত্ন লতা মংগেশকাৰৰ ওপজা দিন!
मुंबई में महायुति की बैठक रद्द:एकनाथ शिंदे अचानक सातारा रवाना, उन्हें डिप्टी CM-केंद्रीय मंत्री का ऑफर; CM पर फैसला 1 दिसंबर को
मुंबई में आज होने वाली महायुति (भाजपा+शिवसेना शिंदे गुट+NCP अजित पवार) की अहम बैठक रद्द कर दी गई...
অসম যুৱ অলিম্পিকত তিনিটা সোনৰ পদক লৈ চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে দিশা গগৈয়ে
অসম যুৱ অলিম্পিক" ত তিনিটাকৈ সোনৰ পদক অৰ্জন কৰি চৰাইদেউলৈ গৌৰৱ কঢ়িয়ালে দিশা গগৈয়ে।
...