কামৰূপ জিলাৰ হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত সুদৰ্শন ক্লাৱ,বাৰাংহাটীৰ উদ্যোগ অহা ১৫,১৬ আৰু ১৭ জানুৱাৰীত ভোগালী বিহু উপলক্ষে ২৩তম বাৰ্ষিক প্ৰাইজমাণী নক আউট টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷বাৰাংহাটী উচ্চ বুনিয়াদী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হব লগা উক্ত খেলত অংশগ্ৰহণ কৰিবলগীয়া অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক দলক ৯৭০৭১৯৭৫৮৬,৯১০১৭৪১০৫৪,আৰু ৬৯০০৪৮৩০৩০ ফোন নংত যোগাযোগ কৰিবলৈ খেল পৰিচালনা সমিতিয়ে অনুৰোধ জনাইছে৷আনহাতে খেলত সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  એક્ટીવા ચાલકને બચાવવા જતાં કાર પલ્ટી ખાઇ જતાં સદનસીબે જાનહાની ટળી.... 
 
                      ડીસા-પાલનપુર નેશનલ હાઈવે પર અકસ્માત: એક્ટિવા ચાલકને બચાવવા જતા કાર ડિવાઈડર સાથે ટકરાઈ પલ્ટી ખાતા...
                  
   পূৰণি দিনৰ স্মৃতি সুঁৱৰি গোলাঘাটত আৱেগিক হ'ল মন্ত্ৰী অতুল বৰা। 
 
                      পুৰণি দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হ’ল কৃষিমন্ত্ৰী অতুল বৰা ৷ আছুত থকা দিনবোৰ ৰোমন্থন কৰি...
                  
   ધાનેરા તાલુકા શાળામાં મતદાતા જાગૃતિ દિવસની ઉજવણી કરાઈ. 
 
                      ધાનેરા તાલુકા શાળા નંબર-૧ માં ૧૩ માં રાષ્ટ્રીય મતદાતા જાગૃતિ દિવસની ઉજવણી કરવામાં આવી હતી.દર...
                  
   થોડા દિવસ પહેલા રિપેર થયેલા ભુવામાં કાર ફસાઈ  
 
                      સુરતના અડાજણ વિસ્તારમાં આવેલા એલપી સવાણી સર્કલ પાસે વરસાદને કારણે ભુવો પડી ગયો હતો. જો કે એ ભુવો...
                  
   সোণাৰিত দুখন গ্ৰন্থ উন্মোচন কৰিলে সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই 
 
                      সোণাৰিত গ্ৰন্থ উন্মোচনী অনুষ্ঠান।সাহিত্য অকাডেমি বঁটা প্ৰাপক জয়ন্ত মাধৱ বৰাই উন্মোচন কৰিলে দুখন...
                  
   
  
  
  
  
   
  