নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি শ্ৰীশ্ৰী গৰখীয়া গোপাল থানৰ পঞ্চদশ বাৰ্ষিক উৎসৱটি অহা ১৯ জানুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পূৱা সাতবজাত সানেকুছি বৰিতোলা চুৱাৰ চম্পাৱতী চৌধুৰীৰ গৃহৰ পৰা বাৰগোপালৰ প্ৰত্যাগমন,উদ্বোধন কৰিব উৎসৱ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰজত চন্দ্ৰ শৰ্মাই,৭-৪৫ বজাত বন্তি প্ৰজ্বলন কৰিব সোনধন লহকৰে,আঠবজাত ধৰ্মীয় ধ্বজা উত্তোলন,উত্তোলক উৎসৱ পৰিচালনা সমিতিৰ সভাপতি পয়োধৰ লহকৰে,৮-৩০ বজাত স্মৃতিতৰ্পণ,তৰ্পণ কৰিব উৎসৱ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক হৰিচৰণ তালুকদাৰে,৮-৪৫ বজাত গছপুলি ৰোপণ,ৰোপক ক্ৰমে ভগান বৰ্মন আৰু নিপেন ভৰালী,৯-১৫ বজাত গোপাল বৰণ,বৰণ কৰিব ৰাজু লহকৰে,৯-৩০ বজাত সভাঘৰ উদ্বোধন,উদ্বোধন কৰিব বৰভাগ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তীয়ে,১০-৩০ বজাত প্ৰয়াত অজয় লহকৰ সোৱঁৰণী নাগাৰা নাম প্ৰদৰ্শন,আমন্ত্ৰিত পাঠক বেদান্ত হালৈ,নাম উদ্বোধন কৰিব অম্বুনাথ শৰ্মাই,দিনৰ ১২-৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান,সম্বৰ্ধনা অনুষ্ঠানত কেইবাজনো বিশেষ ভাবে আমন্ত্ৰিত লোকক সম্বৰ্ধনা জনাৱ৷আবেলি দুইবজাত প্ৰষাদ আৰু ভোগ বিতৰণ,চাৰিবজাত হিচাব দাখিল আৰু আগন্তুক বৰ্ষৰ উৎসৱ পৰিচালনা সমিতি গঠন৷উৎসৱৰ সকলো কাৰ্য্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
साइबर सिक्योरिटी के लिए सरकार ने बनाए नए नियम, 6 घंटे के भीतर टेलीकॉम कंपनियों को देनी होगी घटना की जानकारी
एक महत्वपूर्ण निर्णय में सरकार ने दूरसंचार अधिनियम के तहत नए नियमों को अधिसूचित किया है। नए नियम...
राजस्थान विधानसभा उपचुनाव- भाजपा 4, कांग्रेस 1 सीट पर आगे:किरोड़ीलाल के भाई 3800 वोट से पीछे, बेनीवाल की पत्नी आगे
राजस्थान में आज (शनिवार) 7 सीटों पर उपचुनावों के रिजल्ट आएंगे। 7 जिला मुख्यालयों (झुंझुनूं, अलवर,...
নুমলীগড়ৰ কাষৰীয়া মৰঙিৰ ফলঙনিৰ বিশিষ্ট হোমি'অ চিকিৎসক ,সমাজকৰ্মী, ডাঃ মেৰাজুদ্দিন আহমেদৰ দেহাৱসান,
নুমলীগড়ৰ কাষৰীয়া মৰঙীৰ ফলঙনিৰ বিশিষ্ট সমাজকৰ্মী,সাংস্কৃতিক কৰ্মী, ডা:মেৰাজউদ্দিন আহমেদ,...
ಬೆಂಗಳೂರಿನ ಗಾಂಧಿ ಭವನದಲ್ಲಿ ಇಂದು 'ಪ್ರಗತಿ ಚಾರಿಟಬಲ್ ಟ್ರಸ್ಟ್' ವತಿಯಿಂದ ವಿಕಲಚೇತನರಿಗೆ "ವೀಲ್ ಚೇರ್ ವಿತರಣೆ" ಮಾಡಲಾಯಿತು.
December 30, 2023
ಬೆಂಗಳೂರಿನ ಗಾಂಧಿ ಭವನದಲ್ಲಿ 'ಪ್ರಗತಿ ಚಾರಿಟಬಲ್ ಟ್ರಸ್ಟ್' ವತಿಯಿಂದ ಇಂದು ವಿಶ್ವ ವಿಕಲಚೇತನರ...
MCN NEWS| विवाहितेचा छळ करून तलाक देणाऱ्या पतीसह तिघांविरुद्ध गुन्हा दाखल
MCN NEWS| विवाहितेचा छळ करून तलाक देणाऱ्या पतीसह तिघांविरुद्ध गुन्हा दाखल