ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি দেশত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী আয়োজন কৰি থকা হৈছে, সেই উদ্দেশ্যে আজি চেপনৰ খালৈঘোগুৰা সমবায় সমিতিৰ তিৰঙ্গা বিপনী কেন্দ্ৰ উদ্বোধন সকলোৰে প্ৰিয় অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী তথা চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে। সকলোৱে মিলি এইবাৰ সমগ্ৰ বিশ্বৰ আগতে দেশৰ একতা প্ৰদৰ্শন কৰিবলৈ আহবান জনালে মাননীয় মন্ত্ৰী গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ
চৰাইদেউ জিলা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ
धनगर आक्रोश मोर्चाच्या बाबतीत काय म्हणाले मा. खासदार डॉ. विकास महात्मे.
धनगर आक्रोश मोर्चाच्या बाबतीत काय म्हणाले मा. खासदार डॉ. विकास महात्मे.
ವಿಜಯಾನಂದ್ ಟ್ರಾವೆಲ್ಸ್ ಪ್ರೈವೇಟ್ ಲಿಮಿಟೆಡ್ (ವಿಟಿಪಿಎಲ್) – ಭಾರತೀಯ ಬಸ್ ಉದ್ಯಮದ ನಾಯಕ.
ಪ್ರಯಾಣಿಕರಿಗೆ ಅಸಾಧಾರಣ ಪ್ರಯಾಣದ ಅನುಭವವನ್ನು ನೀಡಲು ಹೊಸಕೋಟ್ನಲ್ಲಿ ನಿರ್ಮಿಸಲಾದ ದೇಹದೊಂದಿಗೆ ಸಂಪೂರ್ಣವಾಗಿ ನಿರ್ದಿಷ್ಟವಾದ ಐಷರ್ 13.5 ಮೀ ಬಸ್ ಚಾಸಿಸ್.

3 ಜುಲೈ, 2023, ಬೆಂಗಳೂರು: ವಾಣಿಜ್ಯ ವಾಹನಗಳ ವ್ಯವಹಾರ ಘಟಕವಾದ ಐಷರ್ ಟ್ರಕ್ಸ್ ಮತ್ತು ಬಸ್ಸುಗಳು 50 ಐಷರ್...
પેટલાદ R. K. વિદ્યાલયમા ધ્વજ વંદન કાર્યક્રમ યોજાયો
પેટલાદ શહેરમાં સાઈનાથ રોડ ઉપર આવેલ આર.કે વિદ્યાલયમાં સ્વાતંત્ર્ય પર્વની ઉજવણી કરવામાં આવી હતી...