যোৱা ২৯,৩০ আৰু ৩১ ডিচেম্বৰত পশ্চিমবংগৰ খড়কপূৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত অসম দলৰ হৈ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বাৰাংহাটী কাৰাটে একাডেমিৰ সাতজন খেলুৱৈ অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনে৷খেলুৱৈ সকলৰ ভিতৰত হিয়ানজিত শইকীয়াই সোনৰ পদক,কৃপাল কাশ্যপ,কাজল কলিতা,অনল শইকীয়াই ৰূপৰ পদক,হীৰকজ্যোতি কলিতাই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়৷ইয়াৰোপৰি চিনিয়ৰ শাখাৰ গ্ৰুপ খেলত তৃতীয় স্থান লাভ কৰে কৃষ্ণ কলিতা,ইমদাদ আহমেদ আৰু হৃষীকেশ দাসে৷খেলত অসমৰ বাৰাংহাটী কাৰাটে একাডেমি দলে চতুৰ্থ স্থানৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হয়৷বাৰাংহাটী কাৰাটে একাডেমিৰ প্ৰশিক্ষক কৃষ্ণ কলিতা আৰু দল পৰিচালক সৌৰভ কলিতাৰ নেতৃত্বত যোৱা দলটিয়ে সাফল্য অৰ্জন কৰাত ৰাইজে প্ৰসংসা কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
DCE Online Admission Form Filling
*आपको सूचित किया जाता है कि DCE Online Admission Form Filling (डीसीई ऑनलाइन प्रवेश फॉर्म भरना)...
Raipur News: मोर्चरी में PPE किट में लिपटे पड़े 3 गुमनाम शव, अंतिम संस्कार का इंतजार | Corona Virus
Raipur News: मोर्चरी में PPE किट में लिपटे पड़े 3 गुमनाम शव, अंतिम संस्कार का इंतजार | Corona Virus
किलबिल प्राथमिक शाळेची हर घर तिरग्यांची राखी वेधतेय सर्वांचे लक्ष....
300 मनगटावर तिरग्यांची राखी
किलबिल प्राथमिक शाळेची हर घर तिरंग्याची राखी वेधतेय सर्वांचे लक्ष....
बिडकीन ( वार्ताहार )...