মুম্বাইত অনুষ্ঠিত হোৱা Royal Diva World প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি গোলাঘাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ইষা ঘোষে। আজি সুভাষ কলনী স্থিত বাসগৃহত সম্বৰ্ধনা জনাই স্থানীয় ৰাইজে। অলপতে মুম্বাইত Kashyap Entertainment Groups য়ে আয়োজন কৰা Royal Diva World প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি Royal Teen Diva World খিতাপ অৰ্জন কৰিবলৈ সক্ষম গোলাঘাটৰ সুভাষ কলনী ৰতন ঘোষ আৰু ৰেখা ঘোষৰ কণ্যা ইষা ঘোষে। আজি গোলাঘাট উপস্থিত হোৱাৰ লগে-লগে সুভাষ কলনী অঞ্চলৰ গুণমুগ্ধই বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনাই উদিয়মান মডেল গৰাকীক। ইয়াৰ লগতে অনাগত দিনত নিজৰ কৰ্মত অধিক মনোযোগ দি গোলাঘাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা অব্যাহত থাকিব বুলি আশাবাদী অঞ্চলটোৰ ৰাইজৰ। উল্লেখযোগ্য ইষা ঘোষে ইয়াৰ পূৰ্বে জিলা আৰু ৰাজ্যিক পৰ্যায়ত খিতাপ অৰ্জন কৰিবলৈ হোৱাৰ লগতে অনাগত দিনত থাইলেণ্ডত অনুষ্ঠিত হবলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ বাবে নিমন্ত্ৰণ লাভ কৰিবলৈ সক্ষম হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Most Expensive Electric Cars: ये हैं देश की सबसे महंगी EVs, लिस्ट में Mercedes से लेकर Porsche तक का नाम शामिल
EQS 53 में ट्विन इलेक्ट्रिक मोटर्स के साथ 400V 107.8 kWh लिथियम-आयन बैटरी पैक मिलता है जो संयुक्त...
itel P55+: 16GB तक रैम और 50MP कैमरा वाले फोन की कल लाइव होगी सेल, इन खूबियों से जीत सकता है Smartphone आपका दिल
कल यानी 13 फरवरी को आइटल के न्यूली लॉन्च्ड फोन P55 और P55+ की पहली सेल होने जा रही है। ऐसे में...
બિપરજોય વાવાઝોડાના કારણે બનાસકાંઠા જિલ્લાની તમામ શાળાઓ બે દિવસ તા. ૧૬ અને ૧૭ જૂનના રોજ બંધ રહેશે
***
બાળકોને રજા રહેશેઃ આ બંને દિવસોએ શાળાના તમામ સ્ટાફે શાળામાં હાજર રહેવાનું રહેશે
*બિપરજોય વાવાઝોડાના કારણે બનાસકાંઠા જિલ્લાની તમામ શાળાઓ બે દિવસ તા. ૧૬ અને ૧૭ જૂનના રોજ બંધ...
Mahatma Gandhi Jayanti पर नेताओं और Social Media Users ने क्या हरकतें कर दीं? | Social List
Mahatma Gandhi Jayanti पर नेताओं और Social Media Users ने क्या हरकतें कर दीं? | Social List