হৰ ঘৰ ত্ৰিৰংগা উপলক্ষে মৰিগাঁৱৰ লাহৰিঘাটত গাড়ী আৰু স্কুটীৰে সমদল উলিয়াই ৰাইজক সজাগতামূলক বাৰ্তা। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা।