নাৰায়ণপুৰৰ ভোগপুৰত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা, থিতাতে নিহত এজন যুৱক। কাহিলী পুৱা সংঘটিত হয় দূৰ্ঘটনাটো। ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি থকা AS 22 G 7525 নম্বৰৰ বাহন খনে পুৱা কুঁৱলীৰ বাবে ভোগপুৰ অভাৰব্ৰীজৰ সমীপৰ কেকুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে । দূৰ্ঘটনাৰ ফলত ধেমাজিৰ সিদ্ধাৰ্থ বৰগোহাঁই নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়। লগতে থকা পুলকেশ গগৈ নামৰ যুৱকজন গুৰতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় । ঘটনা স্থলিত নাৰায়ণপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ আৰু দূৰ্ঘটনা সংঘটিত হোৱা বাহনখন নাৰায়ণপুৰ আৰক্ষী থানালৈ লৈ আহে। উল্লেখ্য যে মৃত যুৱকজন ধেমাজীৰ প্ৰতিষ্ঠিত ঠিকাদাৰ মুহি বৰগোঁহাই জ্যেষ্ঠ পুত্ৰ ৷ তেও এগৰাকী শৰীৰ চৰ্চাবিদ আছিল ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરેન્દ્રનગર જિલ્લાના પાંચ વિધાનસભાના સંભવિત ઉમેદવારોની યાદી
સુરેન્દ્રનગર જિલ્લાના પાંચ વિધાનસભાના સંભવિત ઉમેદવારોની યાદી
પોરબંદર ના યુવાનો એ રક્તદાન મહાદાન નું સૂત્ર સાર્થક કર્યું #porbandar #blooddonation #news
પોરબંદર ના યુવાનો એ રક્તદાન મહાદાન નું સૂત્ર સાર્થક કર્યું #porbandar #blooddonation #news
राजस्थान में रात को सर्दी बढ़ने लगी:10 शहरों का मिनिमम तापमान 20 डिग्री से नीचे
राजस्थान के मौसम में बदलाव शुरू हो गया है। दिन गर्म होने लगे हैं और रात ठंडी। यहां दिन-रात के...
વિસનગર : કારચાલકે એક્ટિવા અને રીક્ષાને અડફેટે લીધી; ચાર વ્યક્તિઓને ઇજાઓ, એકની હાલત ગંભીર
વિસનગર તાલુકાના ઉદલપુર ગામ નજીક અકસ્માતની ઘટના સામે આવી હતી. જેમાં પૂર ઝડપે જઈ રહેલ ટાટા વિસ્ટા...