দেউৰী জাতীয় শ্বহীদ লীলাকান্ত দেউৰীৰ আজি ১৭ সংখ্যক মৃত্যু তিথি ৷ সদৌ দেউৰী ছাত্ৰ সন্থা আৰু লীলাকান্ত দেউৰী স্মৃতি ন্যাসৰ যৌথ উদ্যোগত নাৰায়ণপুৰৰ দেউৰী জনগোষ্ঠীয় ৰাইজে আজিৰ দিনটো ভুমিপুত্ৰ অধিকাৰ দিৱস ৰুপে পালন কৰি আহিছে ৷ দেউৰী জাতি আৰু স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰনে বলিদান দিয়া জাতীয় শ্বহীদ গৰাকীৰ মৃত্যু তিথিটো ভুমিপুত্ৰ অধিকাৰ দিৱস ৰুপে আজি নাৰায়ণপুৰৰ দেউৰী ৰাজহুৱা পুঁথিভৰালত দিনযোৰা কাৰ্যসুচীৰে পালন কৰা হৈছে ৷ পুৱা দেউৰী স্বায়ত্ত্বশাসিত পৰিষদ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ প্ৰতিমূৰ্তি বন্তি প্ৰজ্বলন আৰু মাল্যপৰ্ণ কৰে পত্নী তথা পৰিষদৰ অধ্যক্ষ অমৃতপ্ৰভা দেউৰী আৰু পৰিয়ালে ৷ দিনযোৰা কাৰ্যসুচীৰে নাৰায়ণপুৰ অনুষ্ঠিত হোৱা ভুমিপুত্ৰ অধিকাৰ দিৱসৰ দিনটোত পুনৰ বাৰ শ্বহীদ লীলাকান্ত দেউৰীৰ হত্যাকাৰীৰ ফাঁচিৰ দাবী উঠিল ৷ হত্যাকান্ডৰ মুল অভিযুক্ত মহেশ দেউৰীক ফাঁচিৰ দাবী তোলে সদৌ দেউৰী ছাত্ৰ সন্থাই ৷ আনহাতে লীলাকান্ত দেউৰীৰ পত্নী তথা দেউৰী পৰিষদৰ অধ্যক্ষ অমৃতপ্ৰভা দেউৰীয়ে জাতীয় শ্বহীদ গৰাকীক অসম চৰকাৰে শ্বহীদ ৰুপে স্বীকৃতি দিয়াৰ আহ্বান জনায় ৷ মুকলি সভাত লীলাকান্ত দেউৰী স্মৃতি ন্যাস সমিতিৰ তৰফৰ পৰা শিক্ষক , বিশিষ্ট সমাজসেৱক , দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সদস্য এচি মোহন দেউৰীক ভুমিপুত্ৰ বঁটা প্ৰদান কৰা হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વલભીપુર નગરપાલિકાના 21 કોર્પોરેટરો દ્વારા આજે નગર સફાઈ કરવામાં આવી
વલભીપુર શહેરમાં ચાલી રહેલી સફાઈ કામદારોની હડતાલને લઈને આજે નગરપાલિકાના પ્રમુખ સહિત ભાજપના 21...
મોટો અકસ્માત :પાવાગઢ યાત્રાળુઓનું વાહન અથડાયુ, એક મહિલાનું મોત, 16 ઘાયલ
રાજ્યમાં દિવસેને દિવસે માર્ગ અકસ્માતો વધી રહ્યા છે, પાવાગઢના યાત્રિકો સાથે મોટો અકસ્માત સર્જાયો...
पिरामिड बनाना भी शारीरिक सौष्ठव का अंग - अभयदेव शर्मा
पिरामिड बनाना भी शारीरिक सौष्ठव का अंग - अभयदेव शर्माबून्दी। आर्य वीर दल सेवा समिति द्वारा आयोजित...
Ram Mandir Pran Pratishtha: कौन हैं काशी के ये पंडित, जो कराएंगे राम मंदिर की प्राण-प्रतिष्ठा? | UP
Ram Mandir Pran Pratishtha: कौन हैं काशी के ये पंडित, जो कराएंगे राम मंदिर की प्राण-प्रतिष्ठा? | UP