নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুযায়ী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অগ্নিপথ আঁচনি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত GST লাঘৱ কৰা আদি বিজেপি দলৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জন বিৰোধী কাৰ্যৰ বিৰোধীতাৰে যোৰহাটৰ কংগ্ৰেছ ভবনৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী।