প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদীৰ বিয়োগৰ বাতৰিয়ে দেশৰ সকলোকে শোকস্তব্ধ কৰাৰ লগতে অসমতো ৰাজনৈতিক মহলত শোকৰ ছাঁ পৰিছে৷ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি অসম মন্ত্ৰী সভাৰ সকলো মন্ত্ৰী বিধায়ক,ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃবৃন্দ,সাংসদ আদি সকলোৱে শোকবাৰ্তা প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷উল্লেখ্য যে আজিৰ পৰা কিছুদিন আগৰে পৰা প্ৰধানমন্ত্ৰীৰ মাতৃ গৰাকী চিকিৎসাধীন হৈ আছিল৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Kalyan Divas observed in Sonitpur, Minister Parimal Suklabaidys hands over Lok Seva Award to 3 awardees
Tezpur : Along with the rest of the state, Lok Kalyan Divas was observed by Sonitpur...