কৃষ্ণ নগৰ মইনা পাৰিজাত নাচ প্ৰশিক্ষণ।

মঙ্গলদৈৰ ১ নং গেৰিমাৰী স্হাপিত ২০২১ চনৰ ১৫ ছেপ্টেম্বৰত গঠিত হয়।মইনা সকল যাতে অধিক আগবাঢ়ি যাব পাৰে সেই উদ্দেশ্যেয়ে নাচ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে উদ্যোগতা সকলে। প্ৰতিটো শুক্ৰবাৰে নাচ আৰু প্ৰতিটো শনিবাৰে আৰ্ট প্ৰশিক্ষণ দিয়া হয়। প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ -ছাত্ৰীৰ অংশ গ্ৰহণ কৰে।

প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জিতু কলিতা আৰু ছুফলা