গুৱাহাটীৰ শিল্পগ্ৰাম অডিটৰিয়ামত NEV EVENTS & ENTERTAINMENT PVT.LTD উদ্যোগত যোৱা ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈকে অনুষ্ঠিত হৈ থকা কামাখ্যা ফেষ্টিভেল ২০২২ ত উজ্বলিল নাৰায়ণপুৰৰ জোনাক মিউজিক ইনষ্টিটিউটত ১০ গৰাকী শিক্ষাৰ্থী ৷ ১৭ খন ৰাজ্যৰ মাজত অনুষ্ঠিত ফেষ্টিভেলত ART, INSTRUMENTIAL , YOGA , MUSIC & DANCE COMPETITION অনুষ্ঠিত হয় ৷ নাৰায়ণপুৰৰ পৰা প্ৰশিক্ষক দুগ্ধ পাচনিৰ নেতৃত্বত যোৱা দলটোৱে সংগীত আৰু বাদ্য সংগত কৰা প্ৰতিয়োগিতাত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি সন্মান বুটলিবলৈ সক্ষম হয় ৷ দলটোত সংগীত শাখাত গৌৰাঙ্গ কাশ্যপ শইকীয়া , হৰ্ষজিৎ ভূঞা , তৃষাণ হাজৰিকা , প্ৰিন্সিপ্ৰিয়া দাস , অনুজাপ্ৰিয়া দাস , অংকিতা বনিয়া আৰু গুঞ্জন বৰুৱা আৰু বাদ্যত গুণগুণ বৰুৱা আৰু কবিত গুঞ্জন শইকীয়াই শ্ৰেষ্ঠত্ব প্ৰমান কৰি সন্মান কঢ়িয়াবলৈ সক্ষম হয় ৷ উল্লেখ্য দলটোৰ প্ৰশিক্ষক দুগ্ধ পাচনিয়েও সংগীতত সন্মান বুটলিবলৈ সক্ষম হয়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NEWS :- Adani focuses on energy as his renewable firm's profit surges.
BIG NEWS :- Adani Green Energy Ltd., India’s top renewables company, saw net income in the...
অসম অৰুণাচল সীমান্ত সীমা বিবাদ
আজিও অশান্ত ধেমাজি অসম-অৰুণাচল সীমান্ত জয়ৰামপুৰ অঞ্চলৰ পানবাৰী,কেচাঁকাঠনী। বছৰী বিবদমান অঞ্চল...
मनोरमा मोहंती, निदेशक, मौसम विभाग अगले पांच दिनों के लिए मौसम का पूर्वानुमान
मनोरमा मोहंती, निदेशक, मौसम विभाग अगले पांच दिनों के लिए मौसम का पूर्वानुमान
ડીસાના શેરપુરામાં રજત જયંતિ મહોત્સવ કાર્યક્રમ યોજાયો
બનાસકાંઠા જીલ્લાના ડીસા તાલુકાના શેરપુરા ગામે આજે રાજ્યપાલ આચાર્ય દેવવ્રતજીની ગરિમામય ઉપસ્થિતિમાં...