নৱবৰ্ষৰ প্ৰাকক্ষণত পুৱাৰ পৰা অস্বাভাৱিক ভাৱে সমগ্ৰ মৰাণ অঞ্চলত হোৱা প্ৰৱল শিলাবৃষ্টিৰ ফলত মৰাণৰ বিস্তৃত অঞ্চল শুকুলা বৰফেৰে আবৃত হৈ পৰিছিল। কৃষি পথাৰৰ লগতে বহুত লোকৰ বাসস্থান ৰ অনিষ্ট সাধন হোৱাৰ লগতে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ বিস্তৰ ক্ষতিসাধন হয়। মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখৰ।বাৰাণ্ডা সম্পুৰ্ণ ৰূপে ভাঙিপৰাত কিছু ঔষধ আৰু চিকিৎসালয়ৰ নথিপত্ৰ নষ্ট হৈছে বুলি জানিবলৈ দিছে চচিকিৎসালয়ৰ কতৃপক্ষই। ইতিমধ্যে বৰষুণৰ পৰিমাণ কম হোৱাৰ পিছতেই চিকিৎসালয়ৰ।মেৰামতিৰ ব্যৱস্থা কৰিছে যদিও এনে পৰিস্থিতিৰ বাবে ৰুগী সকল কিছু সমমস্যাত পৰে বুলি জানিবলৈ দিয়ে চিকিৎসালয় কতৃপক্ষই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ মা মালিনী থানঃ
উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় সৰ্ববৃহৎ শক্তিপীঠ মা মালিনী থানঃ ধেমাজি জিলাৰ বানিজ্যিক নগৰী হিচাপে...
કાલોલ સુવર્ણ હોલમાં રોટરી ક્લબ ઓફ ડેરોલ સ્ટેશન ના નવા હોદેદારોનો શપથ ગ્રહણ સમારોહ યોજાયો
રોટરી ક્લબ ઓફ ડેરોલ સ્ટેશન ના વર્ષ ૨૦૨૫/૨૬ ના નવા પ્રમુખ અને મંત્રી સહિત ટીમ નો શપથ ગ્રહણ સમારોહ...
Electric Mobility को लेकर केंद्र सरकार का बड़ा फैसला, इन 100 शहरों में चलेंगी 10,000 से अधिक इलेक्ट्रिक बसें
देश में लगातार बढ़ रहे प्रदूषण को कम करने के लिए केंद्र सरकार ने एक और बड़ा कदम उठाया है। कैबिनेट...
જિલ્લા પંચાયત ખાતે 74 પ્રજાસત્તાક દિન ની ઉજવણી
74મા પ્રજાસત્તાક પર્વની જીલ્લા પંચાયત ખાતે ઉપ પ્રમુખશ્રી અમૃતસિંહ પરમારની અધ્યક્ષતામાં ઉજવણી...
કપડવંજ કૉલેજમાં NSS અભિમુખતા અંગે આણંદ આર્ટસ કૉલેજમાં સેમિનારનું આયોજન
કપડવંજ કૉલેજમાં NSS અભિમુખતા અંગે આણંદ આર્ટસ કૉલેજમાં સેમિનારનું આયોજન કપડવંજ કેળવણી મંડળ સંચાલિત...