নৱবৰ্ষৰ প্ৰাকক্ষণত পুৱাৰ পৰা অস্বাভাৱিক ভাৱে সমগ্ৰ মৰাণ অঞ্চলত হোৱা প্ৰৱল শিলাবৃষ্টিৰ ফলত মৰাণৰ বিস্তৃত অঞ্চল শুকুলা বৰফেৰে আবৃত হৈ পৰিছিল। কৃষি পথাৰৰ লগতে বহুত লোকৰ বাসস্থান ৰ অনিষ্ট সাধন হোৱাৰ লগতে মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ বিস্তৰ ক্ষতিসাধন হয়। মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখৰ।বাৰাণ্ডা সম্পুৰ্ণ ৰূপে ভাঙিপৰাত কিছু ঔষধ আৰু চিকিৎসালয়ৰ নথিপত্ৰ নষ্ট হৈছে বুলি জানিবলৈ দিছে চচিকিৎসালয়ৰ কতৃপক্ষই। ইতিমধ্যে বৰষুণৰ পৰিমাণ কম হোৱাৰ পিছতেই চিকিৎসালয়ৰ।মেৰামতিৰ ব্যৱস্থা কৰিছে যদিও এনে পৰিস্থিতিৰ বাবে ৰুগী সকল কিছু সমমস্যাত পৰে বুলি জানিবলৈ দিয়ে চিকিৎসালয় কতৃপক্ষই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
युवासेना प्रमुख पदी रवी भांदुर्गे यांची नियुक्ती
बाळासाहेबांची शिवसेना या पक्षाच्या जिल्हा युवा सेना प्रमुख पदी रवी भांदुर्गे यांची नियुक्ती...
256GB स्टोरेज वाले Samsung के इस डिवाइस की डिजाइन आई सामने, यहां जानें जरूरी डिटेल
Samsung अपनी प्रीमियम सीरीज को लेकर पहले ही चर्चा में है। ऐसे में कंपनी अपने एक मिड रेंज डिवाइस...
દેડીયાપાડા : સગીરાનું અપહરણ થતાં પિતાએ પોલીસ મથકમાં ફરિયાદ નોંધાવી
દેડીયાપાડા : સગીરાનું અપહરણ થતાં પિતાએ પોલીસ મથકમાં ફરિયાદ નોંધાવી
હું જનતાને ફ્રીમાં રેવડી વેચું છું જ્યારે ભાજપ જનતાના હક્કની રેવડી મિત્રોમાં વહેચે છે; કેજરીવાલ
હું જનતાને ફ્રીમાં રેવડી વેચું છું જ્યારે ભાજપ જનતાના હક્કની રેવડી મિત્રોમાં વહેચે છે; કેજરીવાલ