আজি পুৱা মাহমৰা সমষ্টিৰ বিভিন্ন অঞ্চলত হোৱা প্ৰৱল শিলাবৃষ্টিৰ ফলত বহু পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয়। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ নগৰৰ লগতে বগপৰা আমগুৰি খুমটাই চকলীয়া বিষ্ণুপুৰ আদি বহু অঞ্চলতে বহুলোকৰ বাসগৃহ ৰ টিংফুটি হাহাকাৰ অৱস্থাৰ সৃষ্টিহৈছে শিলাবৃষ্টিৰ ফলত। আনহাতে বহুলোকৰ পথাৰৰ পৰা।আনিথোৱা ধান মূল্যবান গছ গছনিৰ ৰবিশস্যৰ খেতিৰ ক্ষতিসাধন হৈছে এই প্ৰৱল ।শিলাবৃষ্টিত ।
মাহমৰাৰ মৰাণহাট বগপৰা আমগুৰি খুমটাই চকলীয়া আদিত পুৱা প্ৰৱল শিলাবৃষ্টিত বিস্তৰ ক্ষতি । বহুপৰিয়ালৰ হাহাকাৰ অৱস্থা।

