স্বৰ্গদেউ চাওলুং চুকাফাই অসমীয়া জাতীয়তা বাদৰ বৰ ভেটি নিৰ্মাণ কৰা বৰ অসম প্ৰথম ৰাজনৈতিক ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাঙ্গনত বাৰে ৰহনীয়া জাতি জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয় বাৰ্তা লৈ বিগত বৰ্ষৰ দৰে এইবাৰো চৰাইদেউ জিলাবাসীৰ অতি আদৰৰ অনুষ্ঠান চৰাইদেউ মহোৎসৱৰ ২০২৩ ৰ অহা জানুৱাৰী মাহৰ ৭ ৮আৰু ৯তাৰিখে তিনিদিনীয়াকৈ অসম পৰ্য্যটন বিভাগৰ উদ্যোগত চৰাইদেউ জিলাবাসীৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে অতিকম সময়ৰ ভিতৰতে চৰাইদেউ মহোৎসৱে সমগ্ৰ অসমবাসী ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। দুৰ্ভাগ্য বশতঃবিশ্ব জোৰা কৰুনা মহামাৰী ৰ বাবে এই মহোৎসৱ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল। অসমীয়া জাতিৰ গৌৰৱময় ইতিহাস পুনৰ উজ্জ্বীৱিত কৰি জাতীয়তা বাদৰ ভেটি শক্তিশালী কৰাত চৰাইদেউ মহোৎসৱে এই মহান।উদ্দেশ্য আগত ৰাখি অসমীয়া জাতীয়তা বাদৰ বৰভেটি সুদৃঢ় কৰাৰ মানসেৰে এক সাংস্কৃতিক সমন্বয়ৰ বাৰ্তাৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগিতা কামনা কৰে উদ্যাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાદળછાયું વાતાવરણ બનતા ખેડૂતો ચિંતિત...
વાદળછાયું વાતાવરણ બનતા ખેડૂતો ચિંતિત...
Assembly Election Results : Rahul Gandhi पर इन विधानसभा चुनावों के नतीजों का क्या असर होगा? (BBC)
Assembly Election Results : Rahul Gandhi पर इन विधानसभा चुनावों के नतीजों का क्या असर होगा? (BBC)
EICMA 2023: 2024 Honda NX500 और CB500 Hornet से उठा पर्दा, 2024 में भारतीय बाजार के अंदर हो सकती हैं लॉन्च
Honda Global ने EICMA 2023 में नई NX500 adventure tourer और CB500 Hornet स्ट्रीटफाइटर...
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें खरीदारी
Nifty & Nifty Bank Today: Virendra Kumar से जानें, Nifty-Nifty Bank में किन Levels पर करें...