মৰাণ ফটিকাছোৱা নেপালী গাৱত ঐতিহ্য মণ্ডিত গৰখীয়া সবাহ অনুষ্ঠিত। মৰাণ ফটিকা ছোৱা নেপালী গাৱত বিগত প্ৰায় ১৯৬৫ চনৰ পৰা গৰখীয়া থানত অগণন ভক্তৰ সমাগমেৰে আয়োজন কৰি আহিছে সামুহিক গৰখীয়া ভোজ। গাঁও খনৰ ৰাইজৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগমেৰে ফটিকাছোৱা নেপালী থানত উলহ-মালহ পৰিবেশৰ সৃষ্টিহোৱা দেখা গ'ল।এই সবাহৰ আছে বিশেষ তাৎপৰ্য্য। লোক বিশ্বাস অনুসৰি এই থানত চাকি বন্তি জ্বলাই সেৱা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস। সেয়ে প্ৰত্যেক বছৰে এই থানত অসংখ্য ভক্তৰ সমাগম হোৱা দেখা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সাপেখাতিত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা
সাপেখাতিত স্বাধীনতাৰ গৌৰৱময় যাত্ৰা।
দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে...
वजन कम करना है तो सुबह खाली पेट शहद में मिलाकर करें जीरे का सेवन, वेट लॉस में मिलेगी मदद
हेल्दी रहना और स्वस्थ वजन बनाए रखना हर व्यक्ति के शरीर के लिए और हेल्दी रहने के लिए बहुत जरूरी...
૨ પ્રોહીબિશન ગણનાપાત્ર કેશ શોધી કાઠતી દાહોદ લોકલ ક્રાઇમ....
પ્રોહી ડ્રાઇવ દરમ્યાન એક જ દિવસમાં કતવારા પો.સ્ટે. વિસ્તારમાંથી એક્ટીવા તથા બર્ગમેન સ્કુટી ઉપર...
OnePlus 12 ने AnTuTu बेंचमार्क में दिखाया दम, लॉन्च से पहले जानें कैसी होगी इस स्मार्टफोन की परफॉर्मेंस
OnePlus ने बताया है कि वनप्लस 12 ने AnTuTu v10 बेंचमार्क पर प्रभावशाली 2333033 अंक हासिल किए हैं।...
ભાભર હરીધામ ગૌશાળા ખાતે આવતીકાલે ગૌમાતા અધિકાર સંમેલન યોજાશે
ભાભર હરીધામ ગૌશાળા ખાતે આવતીકાલે ગૌમાતા અધિકાર સંમેલન યોજાશે