মৰাণ ফটিকাছোৱা নেপালী গাৱত ঐতিহ্য মণ্ডিত গৰখীয়া সবাহ অনুষ্ঠিত। মৰাণ ফটিকা ছোৱা নেপালী গাৱত বিগত প্ৰায় ১৯৬৫ চনৰ পৰা গৰখীয়া থানত অগণন ভক্তৰ সমাগমেৰে আয়োজন কৰি আহিছে সামুহিক গৰখীয়া ভোজ। গাঁও খনৰ ৰাইজৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ সমাগমেৰে ফটিকাছোৱা নেপালী থানত উলহ-মালহ পৰিবেশৰ সৃষ্টিহোৱা দেখা গ'ল।এই সবাহৰ আছে বিশেষ তাৎপৰ্য্য। লোক বিশ্বাস অনুসৰি এই থানত চাকি বন্তি জ্বলাই সেৱা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি বিশ্বাস। সেয়ে প্ৰত্যেক বছৰে এই থানত অসংখ্য ভক্তৰ সমাগম হোৱা দেখা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રી વિદ્યા એજ્યુકેશન એકેડેમી મા રાસ ગરબા આયોજિત
શ્રી વિદ્યા એજ્યુકેશન એકેડેમી મા રાસ ગરબા નવરાત્રી મેળો રંગતાળી 2022 નું ભવ્ય આયોજન સંચાલક ધવલસર...
শংকৰদেৱ শিশু নিকেতন, দেওমৰনৈত আচাৰ্য সম্বৰ্দ্ধনা আৰু বঁটা বিতৰণী সভা সম্পন্ন
শংকৰদেৱ শিশু নিকেতন, দেওমৰনৈত প্ৰধান আচাৰ্যৰ অৱসৰকালীন সম্বৰ্দ্ধনা জ্ঞাপন আৰু বঁটা বিতৰণী...
થરાદના દાંતીયાથી દ્વારકા પ્રવાસ જતી વિદ્યાર્થીઓ ભરેલ બસ પલટી..
થરાદના દાંતીયાથી દ્વારકા પ્રવાસ જતી વિદ્યાર્થીઓ ભરેલ બસ પલટી..
कर्जनी येथील लघुजल प्रकल्प ओव्हरफ्लो@india report
कर्जनी येथील लघुजल प्रकल्प ओव्हरफ्लो@india report
Top Trades Tomorrow: Experts के सुझाए इन Stocks के साथ कल करें Share Market में Entry | CNBC Awaaz
Top Trades Tomorrow: Experts के सुझाए इन Stocks के साथ कल करें Share Market में Entry | CNBC Awaaz