আজি নলবাৰী জিলাৰ অন্যতম ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ একাদশ ত্ৰি-বাৰ্ষিক অধিবেশন খন দিনজোৰা কাৰ্য্যসূচীৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়৷তদুপলক্ষে পূৱা ছয়বজাত এটি মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷পুৰুষ মহিলা উভয় শাখাতে অনুষ্ঠিত মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা উদ্বোধন কৰে খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাৰিৰীক নিৰ্দেশক দণ্ডীৰাম লহকৰে৷ইয়াৰ পিচতে ক্ৰমে পতাকা উত্তোলন,স্মৃতি তৰ্পণ আৰু মাৰাথন দৌৰৰ বিজয়ী সকলক বটাঁ প্ৰদানৰ লগতে সকলো অংশগ্ৰহণকাৰীকে প্ৰমান পত্ৰ প্ৰদান কৰে৷উক্ত কাৰ্য্যসূচীৰ অন্তত ক্লাৱৰ সভাপতি ডা°অৰুন চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত বিষয়বাচনি সভা অনুষ্ঠিত হয়৷বিষয় বাচনি সভাত পৰবৰ্তী কাৰ্য্যকালৰ বাবে ভূপেশ চন্দ্ৰ দাসক সভাপতি আৰু দিলীপ কুমাৰ ভট্টাচাৰ্যক সম্পাদক হিচাবে লৈ এখন নতুন সমিতি গঠন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Demolition News | ગેરકાયદે દબાણ કરાશે દૂર | Kutch update | Gujarati Samachar
Demolition News | ગેરકાયદે દબાણ કરાશે દૂર | Kutch update | Gujarati Samachar
खुशखबरी अब 450 में मिलेगा सिलेंडर
*राजस्थान*
*राशन का गेहूं पाने वाले परिवारों को मिलेगा 450 रुपए में मिलेगा सिलेंडर राज्य के सीएम...
वडवाडी येथे सशस्त्र दरोडा
तालुक्यातील बोरखेड जवळ असलेल्या वडवाडी येथे काल मध्यरात्री अज्ञात ८ ते १० दरोडेखोरांनी...
कल्ला जी महराज के एक दिवसीय मेले का आयोजन, ढोक लगाने श्रदालुओं की उमड़ी भीड़
कोटा. आमली झाड़ कल्ला जी महाराज स्थान पर आयोजित एक दिवसीय नवमी पर लगने वाले वार्षिक मेले में...
ધ્રાંગધ્રા ના લોહાણા રઘુવંશી સમાજના ગોવાણી પરિવાર દ્રારા
ધ્રાંગધ્રા ના લોહાણા રઘુવંશી સમાજના ગોવાણી પરિવાર દ્રારા