মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে যীশু খৃষ্টৰ জন্মদিন উপলক্ষে মুণ্ডালাইনৰ ব্যাপ্তিষ্ট চাৰ্চ, তিলৈজান মুণ্ডালাইনৰ কেথলিক চাৰ্চ ।,বামুনবাৰী ব্যাপ্তিষ্ট চাৰ্চ আৰু বামুনবাৰী কেথলিক চাৰ্চ ত শুভেচ্ছা পত্ৰ আৰু কিছু উপহাৰ প্ৰেৰন কৰে। এই শুভেচ্ছাপত্ৰ।আৰু উপহাৰ বিধায়কৰ হৈ বামুনবাৰী পঞ্চায়তৰ সভানেত্ৰী মামনি উজীৰ,।খোৱাং মণ্ডলৰ ।সম্পাদক দীপাংকৰ শইকীয়া লগতেবিজেপি কৰ্মী গীৰ্জাঘৰৰ ৰাইজৰ।হাতত অৰ্পণ কৰে