আজি ডিব্ৰুগড়ৰ কুঁৱৰী পথাৰত উপস্থিত হৈ AMCH চৌহদত থকা দন্ত চিকিৎসালয়ৰ দুৱাৰ মুকলি মুখ্যমন্ত্ৰীৰ।অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নতুনকৈ নিৰ্মান হোৱা চৰকাৰী দন্ত চিকিৎসালয় খনৰ আজি শুভ উদ্বোধন কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।উল্লেখযোগ্য যে কুঁৱৰী পথাৰ খেলপথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নিৰ্মান হৈউঠা অসম চিকিৎসা মহাবিদ্যালয়ৰ দন্ত চিকিৎসালয়ৰ দুৱাৰ মুকলি কৰে ডিজিটেল মাধ্যমৰ যোগেদি ডিব্ৰুগড় কুঁৱৰী পথাৰত এখন।জনসভাত অংশ গ্ৰহন কৰি চিকিৎসালয়খনৰ শুভউদ্বোধন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Keeway V302C: यूनिक लुक और वी ट्विन इंजन से लैस है ये बाइक, जानें खासियत
कीवे 302 सी का इंजन काफी बेहतरीन है। क्योंकि इसमें वी ट्वीन इंजन लगा हुआ है जो हाइ परफॉर्मेंस के...
રંઘોળા ચોકડી પાસે આવેલ વૃંદાવન હોટલે ટેન્કર-૦૨માં પેટ્રોલીયમ પેદાશ તથા જ્વલનશીલ પ્રવાહી લી.૨૫,૦૦૦ ભરેલ શંકાસ્પદ ટેન્કર-૦૨ મળી કુલ રૂ.૨૪,૫૦,૦૦૦/-નો મુદ્દામાલ ઝડપી પાડતી ભાવનગર લોકલ ક્રાઇમ બ્રાન્ચ તથા પેરોલ ફર્લો સ્કવોડ
પોલીસ મહાનિરીક્ષક શ્રી અશોકકુમાર યાદવ સાહેબ, ભાવનગર રેન્જ, ભાવનગર તથા પોલીસ અધિક્ષક શ્રી ડો....
হোজাই ৰেল আৰক্ষীয়ে নিশা পুনৰ জব্দ কৰিছে গাঞ্জা
হোজাই ৰেল আৰক্ষীৰ অব্যাহত আছে গাঞ্জাৰ বিৰুদ্ধে অভিযান।।দিনক দিনে বৃদ্ধি পাইছে ৰেলত নিচাজাতীয়...
মৰাণ জ্যোতিপুৰত চুৰিকাণ্ড
কেবিনেট মন্ত্ৰী যোগেন মহনৰ মৰাণ জ্যোতিপুৰ ঘৰৰ সমিপত চুৰিকাণ্ড