আজি ডিব্ৰুগড়ৰ কুঁৱৰী পথাৰত উপস্থিত হৈ AMCH চৌহদত থকা দন্ত চিকিৎসালয়ৰ দুৱাৰ মুকলি মুখ্যমন্ত্ৰীৰ।অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নতুনকৈ নিৰ্মান হোৱা চৰকাৰী দন্ত চিকিৎসালয় খনৰ আজি শুভ উদ্বোধন কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ।উল্লেখযোগ্য যে কুঁৱৰী পথাৰ খেলপথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত নিৰ্মান হৈউঠা অসম চিকিৎসা মহাবিদ্যালয়ৰ দন্ত চিকিৎসালয়ৰ দুৱাৰ মুকলি কৰে ডিজিটেল মাধ্যমৰ যোগেদি ডিব্ৰুগড় কুঁৱৰী পথাৰত এখন।জনসভাত অংশ গ্ৰহন কৰি চিকিৎসালয়খনৰ শুভউদ্বোধন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বৰহাটত কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ ৰাম টাঙোন
বৰহাটত কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ ৰাম টাঙোন
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহবানত চৰাইদেউ জিলা কংগ্ৰেছ...
ધાનેરા તાલુકાના જીવાણા ગામ ના યુવાનો ની અનોખી પહેલ
https://youtu.be/N-ZowfXtDe4
ધાનેરા તાલુકાના જીવાણા ગામ ના યુવાનો ની અનોખી...
Arvind Kejriwal पर CBI ने क्या मांग लिया? AAP के नेता भड़क गए
Arvind Kejriwal पर CBI ने क्या मांग लिया? AAP के नेता भड़क गए
अमरावती महानगरपालिकेत सदभावना दिवस प्रतिज्ञेचे वाचन
सदभावना दिवस प्रतिज्ञेचे वाचन कार्यक्रम अमरावती महानगरपालिकेत संपन्न झाले. माजी पंतप्रधान...