বিশিষ্ট সত্ৰীয়া,উডিছী নৃত্য পটীয়সী তথা সংগীত নাটক একাডেমি বঁটাপ্ৰাপক গৰিমা হাজৰিকাৰ বিয়োগত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰ শোক প্ৰকাশ।
বিশিষ্ট সত্ৰীয়া, ওডিছী নৃত্য পটীয়সী তথা সংগীত-নাটক একাডেমি বঁটাপ্ৰাপক গৰিমা হাজৰিকাৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শোক প্রকাশ
