চৰাইদেউ জিলাৰ শিক্ষাখণ্ডৰ উদ্যোগত আজি খুমটাই বাগিচা মধ্যইংৰাজী বিদ্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে ৰাইজৰ উৎসৱ উদ্যাপন কৰাহয়। পুৱাপতাকা উত্তোলন , স্মৃতি তৰ্পণৰ পাচতেই দুপৰীয়া বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতেই সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে। বিয়লি উদ্যাপন সমিতিৰ সভানেত্ৰী আৰতি গোস্বামীৰ সভানেত্ৰীত্বত অনুষ্ঠিত মুকলি সভাত চৰাইদেউ জিলাৰ মিচন সমন্বয়ক মৌচুমী চেতিয়া, সোনাৰিখণ্ডৰ মিচন সমন্বয়ক খুমটাই বাগিচা মধ্য।ইংৰাজী বিদ্যালয়ত ৰাইজৰ উৎসৱ উদ্যাপন।জিলা মিচন সমন্বয়ক মৌচুমী চেতিয়াৰ অংশ গ্ৰহন বোপ বৰগোঁহাই বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে। এই অনুষ্ঠানত বিদ্যালয়ৰ সমুহ শিক্ষক শিক্ষয়ত্ৰী ছাত্ৰ-ছাত্ৰী অভিভাৱকৰ লগতে স্থানীয় বহু সংখ্যক ৰাইজে অংশ গ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
108MP कैमरा, 12GB रैम और AI फीचर्स के साथ 5 अगस्त को लॉन्च होगा Infinix Note 40X 5G
Infinix Note 40X स्मार्टफोन भारत में 5 अगस्त को लॉन्च होगा। ऑनलाइन शॉपिंग वेबसाइट फ्लिपकार्ट पर...
Bengaluru: गवर्नमेंट कॉलेज में SSLC परीक्षा के दौरान चल रही थी सामूहिक नकल, मामले में दो शिक्षक हुए निलंबित
बेंगलुरु। उत्तरी कर्नाटक के यादगीर जिले के सुरपुर तालुक के हुनासागी स्थित गवर्नमेंट बॉयज...
एमआयएम संपुष्टात येईल की काय असे विदारक चित्र;बोटांवर मोजण्या इतकेच कार्यकर्ते व पदाधिकारी
सोलापूर- एमआयएम पक्ष हळूहळू संपुष्टात येत असल्यासारखे चित्र सोलापुरात निर्माण झाले आहे.पक्षाला...
Microsoft सर्च इंजन इस्तेमाल करने के बहुत सारे फायदे, क्या है Bing रिवार्ड्स रिडीम करने का तरीका
Microsoft रिवॉर्ड एक लॉयल्टी प्रोग्राम है जिसे Microsoft के प्रमुख प्रोडक्ट और बिंग सर्च इंजन के...
ગુજરાત ની આ મુસ્લિમ દીકરીએ સમગ્ર મુસ્લિમ સમાજ અને ભારત દેશ નું ગૌરવ વધાર્યું
આપણા ભારત દેશ અને ગુજરાત ના કુડસદ્ જેવા નાના ગામની મુસ્લિમ ગરાસિયા સમાજ ની ઉમેરા ગરાસિયા નામ ની...