আজি ভাৰতীয় গণিত বিশেষজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্মদিন উপলক্ষে আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা এইড এট এক্সনৰ উদ্যোগত চতমা ধৰনীধৰ বিদ্যাপীঠত ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষে এখন গণিত মেলাৰ আয়োজন কৰে৷ধৰনীধৰ বিদ্যাপীঠৰ সহযোগত অনুষ্ঠিত হোৱা গণিত মেলাত পূৱাৰ ভাগতে এইড এট এক্সনৰ গণিত বিশেষজ্ঞ দীনেশ লাহতী,যোগাযোগ সহযোগী দৃষ্টি দুৱৰা আৰু জিলা সমন্বয়ক খনীন্দ্ৰ কলিতাই পৰিদৰ্শন কৰে৷ইয়াৰ পিচতে পূৱা গণিত মেলাৰ শুভ উদ্বোধন কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন বৰুৱাই৷গণিত মেলাত উপস্থিত থাকে দেহাৰকুছি ক্লাছতাৰৰ মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক মোজামিল হক,গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বী ভূষন ডেকা,ধৰনীধৰ বিদ্যাপীঠৰ প্ৰধানশিক্ষক গিৰীশ বৰুৱা,সহযোগী শিক্ষক শিক্ষয়িত্ৰী,কৰ্মচাৰী,সংবাদকৰ্মী,অভিভাৱক,অভিভাবিকা,লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল৷অঞ্চলটোৰ বিশখন শিক্ষানুষ্ঠানৰ শহস্ৰাধিক ছাত্ৰছাত্ৰীয়ে সহযোগ কৰে৷অনুষ্ঠানটি পৰিচালনাত দেহাৰকুছি ক্লাছতাৰৰ শিক্ষা সহায়ক প্ৰানজিত দাস,নিত্য চৌধুৰী,প্ৰিয়ংকা চৌধুৰী,পৰশজ্যোতি বৰ্মনৰ উপৰিও বিভিন্ন গাৱঁৰ স্বেচ্ছাসেৱক আৰু বিদ্যালয় খনৰ সহায় কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দেওশালত মধ্য ইংৰাজী বিদ্যালয় জলমগ্ন
নাজিৰা সমষ্টিৰ দেওশাল মধ্য ইংৰাজী বিদ্যালয় নিশা হোৱা এজাক মুষলধাৰ বৰষুণৰ ফলত জলমগ্ন হৈ পৰে ।
नहरो में पानी छोड़ने की मांग को लेकर किसानों की प्रशासन से वार्ता फिर विफल केशोरायपाटन
नहरो में पानी छोड़ने की मांग को लेकर किसानों की प्रशासन से वार्ता फिर विफल
केशोरायपाटन...
મ્યુનિસિપલ કમિશ્નર શ્રી બંછાનિધિ પાની IAS આવતીકાલે 17.9.2022 ડુમસ બીચ ખાતે કાર્યક્રમ માટેલોકોને અપીલ
મ્યુનિસિપલ કમિશ્નર શ્રી બંછાનિધિ પાની IAS આવતીકાલે 17.9.2022 ડુમસ બીચ ખાતે કાર્યક્રમ માટેલોકોને અપીલ
મીડિયા મોનિટરીંગથી આદર્શ મતદાન અંગે ચર્ચા-મુલાકાત
મહીં કોલેજ ચૂંટણી તંત્ર દ્વારા મહત્વના પડાવ ચૂંટો દિવસ નજીક સાગર તમામ તૈયારીઓ આખારી ઓ અપાઈઝ છે....
APPLICATIONS ARE INVITED FROM DIFFERENTLY ABLED STUDENTS|ADMISSION|3YEAR DIPLOMA COURSES-2023-24
JSS POLYTECHNIC FOR THE DIFFERENTLY ABLED
(An Autonomous Institution Aided by the Govt....