সমগ্ৰ অসমৰ ৭ খন জিলাত এইট এট এক্সনে অজি ২২ ডিচেম্বৰ ৰাষ্ট্ৰীয় গণিত দিৱস উপলক্ষ্যউপলক্ষে ভাৰতীয় গনিতজ্ঞ ৰামানুজনৰ জন্মদিন উপলক্ষ্যে এক গণিত মেলা অনুষ্ঠিত কৰে। ইয়াৰ সমান্তৰাল ভাৱে নলবাৰী জিলাৰ আৰাংগ মৌ এম ভি স্কুল, ধৰণীধৰ বিদ্যাপীঠ হাইস্কুল, বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে নলবাৰী জিলাৰ ৮ খনকৈ শিক্ষানুস্থানত ৰাতিপুৱাৰ পৰা গণিত মেলা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নলবাৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত মেলাত অংশগ্ৰহণ কৰে । নলবাৰীৰ আৰাংগ মৌ এম ভি স্কুলৰ প্ৰধান শিক্ষক ৰবিন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, সাধাৰণতে কিছুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে গণিত বিষয় বুলি কলে ভয় খাই, আজি এই মেলাখনত ছাত্ৰ ছাত্ৰী সকলে উৎফুল্লিত হৈ সহযোগ কৰি অনুষ্ঠানত অংশগ্ৰহন কৰিছে। এই অনুষ্ঠানৰ জড়িয়তে ছাত্ৰ ছাত্ৰী সকলৰ মনৰ পৰা গণিত বিষয়ৰ প্ৰতি থকা ভয় ভাব নোহোৱা হব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जेसीआई बूंदी ऊर्जा ने ऊर्जा सप्ताह के तीसरे दिन पर्यावरण संरक्षण पर महत्वपूर्ण गतिविधियां आयोजित की
जेसी
बूंदी ऊर्जा द्वारा सप्ताह के तीसरे दिन पर्यावरण संरक्षण पर महत्वपूर्ण गतिविधियाँ...
'सुशासन को कुशासन में बदलने में एक्सपर्ट कांग्रेस, देश नहीं अपना स्वार्थ सर्वोपरि', पीएम मोदी ने छतरपुर की मिट्टी को किया प्रणाम
मध्यप्रदेश में पीएम मोदी की सिलसिलेवार रैलियों का दौर जारी है। सतना में विशाल जनसभा करने के बाद...
মহানগৰীৰ ৰূপনগৰত অঘটন
মহানগৰীৰ ৰূপনগৰৰ হাউছফেড কমপ্লেক্সত অঘটন৷ সপ্তম মহলাৰ পৰা পৰি মৃত্যু এগৰাকী মহিলাৰ৷ পৰিয়ালৰ সৈতে...
शेतकऱ्याने बैलाच्या पाठीवर आमदार श्वेता महालेंचं चित्र का काढलं? Shweta Mahale painting on bulls
शेतकऱ्याने बैलाच्या पाठीवर आमदार श्वेता महालेंचं चित्र का काढलं? Shweta Mahale painting on bulls