সদৌ চাওতাল ছাত্ৰসন্থা বৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত তথা বৰহাট আঞ্চলিক মাঝি মণ্ডল আৰু চাওতাল মহিলা সমিতিৰ সহযোগত আজি বৰুৱাচালি চাহ বাগিচাৰ সামুহিক ভৱনত ২০ সংখ্যক চাওতালী ভাষামান্যতা দিৱস জিৎকাৰ মাঁহা এদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে উদ্যাপন কৰা হয় ।এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে এছুৰবৰহাট আঞ্চলিক সমিতিৰ সভাপতি ৰাজু মাৰ্তিয়ে। শ্বহীদ তৰ্পণ কৰে এছুৰ।সম্পাদক যতীন মুৰ্মুয়ে।বৃক্ষৰোপন কৰে বৰুৱা চালি চাহ বাগিচাৰ মুখ্য পৰিচালক নৰহৰি অধিকাৰীয়ে। ইয়াৰ পিছত লক্ষ্যভেদ প্ৰতিযোগিতা উদ্বোধন কৰে মাঝিআটু মাঝিবাবা হেমৰনে। ইয়াৰ পিচত উদযাপন সমিতিৰ সভাপতি ৰূপলাল হাজদাৰ পৌৰহতিত্বত অনুষ্ঠিত সভাখনৰ আদৰণি ভাষণ আগবঢ়ায় উদ্যাপন মিতিৰ কাৰ্য্যকৰী সভাপতি দেৱেন মুৰ্মুয়ে। সভাত চাওতাল ছাত্ৰ সন্থাৰ।চৰাইদেউ জিলা সমিতিৰ সম্পাদক প্ৰৱীন টুডু এছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক পুনেশ্বৰ বাচফেৰ প্ৰমুক্ষে কেইবাজনো বিশিষ্ট অতিথি তথা নিৰ্দিষ্ট বক্তা হিচাবে অংশ গ্ৰহন কৰে এছুৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি অমৰ হেমৰনে।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रियंका गांधी सांसद बनने के बाद पहली बार वायनाड पहुंचीं:राहुल भी साथ में, बोलीं- यहां के लोगों के लिए जो बन पड़ेगा, करूंगी
प्रियंका गांधी सांसद बनने के बाद आज पहली बार केरल के वायनाड पहुंची। उनके साथ राहुल गांधी भी हैं।...
रामभद्राचार्य बोले-जिसको भारत में रहना,राम जी की जय कहना है:कहा- गलता गद्दी रामानंदियों को दे दी जाए
जयपुर में श्रीराम कथा के दौरान जगदगुरु रामभद्राचार्य ने कहा- जयपुर वालों अब यह सिद्ध कर देना है...
MCN NEWS| शेतकऱ्याचे जमीनीसाठी वैजापुर तहसिल कार्यालयासमोर बेमुदत उपोषण सुरु
MCN NEWS| शेतकऱ्याचे जमीनीसाठी वैजापुर तहसिल कार्यालयासमोर बेमुदत उपोषण सुरु
The Vaccine War की सफलता पर अदा शर्मा ने तोड़ी चुप्पी
The Vaccine War की सफलता पर अदा शर्मा ने तोड़ी चुप्पी
মৰাণত অনুষ্ঠিত হ'ল আপৰ বৃহৎ যোগদান কাৰ্যসূচী
মৰাণত অনুষ্ঠিত হ'ল আপৰ বৃহৎ যোগদান কাৰ্যসূচী