দৰং জিলাৰ স্বাস্থ্য বিভাগে লাভ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি। খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰসূতি কক্ষই ৰাষ্ট্ৰীয় গুণগত মান্যতা নিশ্চিতকৰণ অধীনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। খাৰুপেটীয়া প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰটোৱে লাভ কৰা এনেধৰণৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে উৎফুল্লিত হৈ পৰিছে চিকিৎসালয় খনৰ চিকিৎসক, নাৰ্ছ তথাকৰ্মচাৰী সকল । উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত এই স্বীকৃতি লাভৰ বাবে প্ৰয়োজনীয় অন্তিম পৰ্যায়ৰ মূল্যায়ন সম্পন্ন হৈছিল। নেচনেল হেলথ ছিষ্টেম ৰিছাৰ্চ চেন্টাৰৰ মূল্যায়নকাৰী দলে চিকিৎসালয় খনত আহি পৰ্যবেক্ষণ কৰিছিল। চিকিৎসালয়খনে আগবঢ়োৱা সেৱা আৰু গুণগত মানৰ বাবে অন্তিম পৰ্যায়ৰ এই মূল্যায়নত প্ৰসূতি কক্ষই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तेज रफ्तार पिकअप वाहन अनियंत्रित होकर पलटा अमानगंज सिमरिया मुख्य सड़क मार्ग बाईपास की घटना
तेज रफ्तार पिकअप वाहन अनियंत्रित होकर पलटा अमानगंज सिमरिया मुख्य सड़क मार्ग बाईपास की घटना...
News
સ્વસહાય જૂથોની મહિલાઓ સાથે સીધો સંવાદ કરતાં રાજયમંત્રી જગદીશ વિશ્વકર્મા
પાટણમાં 5...
গোৰেশ্বৰৰ বামুণগাওঁত নামধৰ্ম সমাজ অসমৰ সাধাৰণ সভা অনুষ্ঠিত, আইমাতৃ আৰু যুৱ সমাজৰ সমিতি গঠন
গোৰেশ্বৰৰ বামুণগাওঁত নামধৰ্ম সমাজ অসমৰ সাধাৰণ সভা অনুষ্ঠিত, আইমাতৃ আৰু যুৱ সমাজৰ সমিতি গঠন