মুকলি আকাশৰ তললৈ মৰাণৰ উশ্বু খেলুৱৈ 

অৱশেষত মুকলি আকাশৰ তললৈ বস্কাৰ প্ৰণিতা চুতীয়া।

ফেচবুকত আলফা (স্বাধীন)-ৰ সম্পৰ্কত দিয়া এটা পোষ্টত আপত্তিজনক মন্তব্য কৰাৰ পাছতেই গ বিগত ডেৰ মাহে শিৱসাগৰ জিলা কাৰাগাৰত কাৰাবন্দী হৈ আছিল প্ৰণিতা চুতীয়াই ৷ ডিব্ৰুগড় জিলাৰ মৰাণ ৰাইদঙীয়াৰ নিবাসী পদ্ম চুতীয়া আৰু পূৰ্ণিমা চুতীয়াৰ দ্বিতীয়া কন্যা প্ৰণিতা ৷ ২০১৫ বৰ্ষৰ পৰা বক্সিং আৰু উশ্বু খেলত জড়িত প্ৰেৰণাই ইতিমধ্যেই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে ৷চৰাইদেউ জিলা সত্ৰ ন্যায়াধিশৰ আদালতে মঞ্জুৰ কৰিলে জামিন।