অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ নিৰ্দেশনাত মাহমৰা খণ্ড উন্নয়ন কাৰ্য্যালয়ত সখী এক্সপ্ৰেছ স্কুটি বিতৰণ কৰাহয়। অসম ৰাজ্যিক গ্ৰামীন।বিকাশ অভিযান মাহমৰা উন্নয়ন খণ্ড কাৰ্য্যালয়ত সখী স্কুটি বিতৰন অনুষ্ঠানত মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ডউন্নয়ণ বিষয়া উৎপল গগৈ আৰু।অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীযোগেন মহনৰ সহধৰ্মীনি তথা।ৰাজ্যিক মহিলা মৰ্চাৰ কাৰ্য্যনিৰ্বাহক।সদস্যা অলি মহন উপস্থিত থাকে। এই অনুস্থানত অসম ৰাজ্যিক গ্ৰামীন বিকাশ অভিযানৰ অধীনত কেইবাগৰাকীও মহিলাক স্কুটি বিতৰণ কৰাহয়। এই অনুষ্ঠানত মাহমৰা উন্নয়ণখণ্ডৰ বহুকেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઉપરવાસમાં પડેલા ભારે વરસાદના કારણે શેત્રુંજી ડેમના તમામ દરવાજા ખોલાયા
ઉપરવાસમાં પડેલા ભારે વરસાદના કારણે શેત્રુંજી ડેમના તમામ દરવાજા ખોલાયા
દસાડા હત્યા કેસના જામીન પર છૂટેલા આરોપીએ આત્મહત્યા કરી
દસાડા હત્યા કેસના જામીન પર છૂટેલા આરોપીએ આત્મહત્યા કરી
Conrad Sangma assures action against extortion in Tura
Conrad Sangma assures action against extortion in Tura
আজি মৰাণ ৰাধাকৃষ্ণ ভৱনত ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা ১০৫নংমাহমৰা সমষ্টি ভোটাৰ চেতনা অভিযান কৰ্মশালা অনুষ্ঠিত হয়।
চৰাইদেউ জিলাৰ ১০৫নং বিধানসভা সমষ্টিৰ ভোটাৰ চেতনা অভিযান কৰ্মশালাত ভাৰতীয় জনতা পাৰ্টিৰ , মাহমৰা...
ખેડા મહેમદાવાદ માં ભારે વરસાદ થી વર્ષો જૂનો વૃક્ષ ધરસાઈ બે ગાડી ને મોટું નુકસાન
મહેમદાવાદ શહેરમાં આવેલ સોકત મહોલ્લા વિસ્તારમાં " પીર હેતુ સૈયદ " ની દરગાહ પાસે લગભગ સાંજના...