চৰাইদেউৰ টেঙাপুখুৰীত দুর্ঘনগ্ৰস্থ অভিনেত্ৰী বৰ্ষাৰাণী বিষয়া

চৰাইদেউৰ চ্যুকাফা শ-নিয়া আলিত অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বাহন নিশা ১১ বজাত দুৰ্ঘটনা । সোণাৰি সাপেখাটী অঞ্চলৰ এটা অনুষ্ঠানৰ পৰা ঘুৰি অহা অৱস্থাত চ্যুকাফা অঞ্চলত AS04 AB 8061 নমৰ এখন এলটৰ লগত সংঘৰ্ষ হয় । 

বৰষাৰাণীৰ বাহনৰ নং AS 01 DR 8911 টাটা হেস্কা । অভিনেত্ৰী গৰাকীৰ বাহনখন বৰ্তমান টেঙাপুখুৰী থানাত আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছে।