সমগ্ৰ ৰাজ্যৰ লগতে  মাজুলীতো লোক কৈল্যাণ দিৱস উদযাপন কৰা হয় ৷

মাজুলী জিলা সদৰ গড়মুৰ খোনাচুকৰ শ্ৰী শ্ৰী মাধবদেৱ কৃষ্টি সংঘত অনুষ্ঠিত এই দিৱসত ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত মাজুলীৰ কেইবাজনো কৰ্মচাৰীক লোকসেৱা পুৰস্কাৰ প্ৰদানোকৰা হয় ৷ লোকপ্ৰিয় গোপিনাথ বৰদলৈ দেৱৰ মৃত্যু বাৰ্ষিকৰ লগত সংগতি ৰাখি অনুষ্ঠিত এই কাৰ্যসূচীত জিলা উপায়ুক্ত পুলক মহন্ত দেৱৰ লগতে কৃষি বিভাগৰ বিষয়া , কৰ্মচাৰী   মাজুলীৰ বহুকেইজন গন্যমান্য ব্যক্তি আৰু কৃষক ৰাইজ উপস্থিত থাকে ৷