মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে মাজুলীৰ কমলাবাৰীত অৱস্থিত আউনীআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈবিদ্যালয় খনৰ বিভিন্ন অভাৱ অভিযোগ পৰ্য্যবেক্ষণ কৰে।মন্ত্ৰীজনক বিদ্যালয় কতৃপক্ষৰ দ্বাৰা উষ্ম আদৰণি জনোৱা হয়। মন্ত্ৰীজনাই বিদ্যালয়ৰ শিক্ষক -শিক্ষয়ত্ৰী ছাত্ৰ-ছাত্ৰী আৰুবিদ্যালয় পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰি শৈক্ষিক দিশৰ লগতে অন্যান্য আনুষাংগিক দিশৰ অভাৱ অভিযোগৰবুজ লয়।
মাহমৰাৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে পৰিদৰ্শন কৰে মাজুলীৰ কমলাবাৰী স্থিত আউনীআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয়।
