মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ডোমৰদলং চাহবাগিছাৰ অসম চাহ কৰ্মচাৰী সংঘ আৰুচাহমজদুৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা দিবা -নৈশ ট্ৰফী ও প্ৰাইজমানিট টেনিচ বল প্ৰতিযোগিতাৰ ফাইনেল খেলত উপস্থিত থাকে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন। ১৬ ডিচম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে ডোমৰ দলং চাহ বাগিছাৰ খেলপথাৰত অনুস্থিত হোৱা ফাইনেল খেলখনত উপস্থিত থাকি মন্ত্ৰীজন উৎফুল্লিত হৈপৰে। ডোমৰ দলং চাহ বাগিছা, অসম চাহ মজদুৰ সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা খেলখনত মন্ত্ৰী গৰাকীৰ সৈতে স্থানীয় লোক আৰু মাহমৰা গ্ৰাম্য মণ্ডলৰ বিভিন্ন বিষয় ববীয়া সকল উপস্থিত থাকে।
মাহমৰা সমষ্টিৰ ডোমৰ দলং ত অনুষ্ঠিত দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ চৃড়ান্ত খেলত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/12/nerity_ca833199b41ad9a93caf9e4535ff22aa.jpg)