নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্তৱৰ্তী ৰাজগড় আৰু শিমলুগুৰিত এজাক বনৰীয়া হাতীৰ বিচৰণে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে ৷ বনৰীয়া হাতীৰ জাকটোৱে পকা ধান খাই-গছকি ধাননি পথাৰ তহিলং কৰাৰ লগতে বিভিন্ন ৰবি শস্যৰ খেতিও অনিষ্ট কৰিছে ৷ অৰুণাচল প্ৰদেশৰ চেঁচা পাহাৰৰ পৰা অহা হাতীৰ জাকটোয়ে বিগত কিছুদিন ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে ৷ এদিন পূৰ্ৱে ৰামপুৰ গাঁৱত প্ৰৱেশ কৰি বিস্তৰ ক্ষতিসাধন কৰাৰ পাছত ৰাইজে ওৰেনিশা ভোটা জুই লৈ খেদি খেদি পুৱতি নিশা পাহাৰলৈ খেদি পঠোৱাৰ পাছত যোৱাৰাতি পুনৰ শিমলুগুৰি অঞ্চলত তাণ্ডৱ চলাই ৷ ৰাইজে আতচবাজী,ঢোল তাল, পেপা আদি ব্যৱহাৰ কৰাৰ লগতে প্ৰত্যেকঘৰৰ সন্মুখত জুই জ্বলাই হাতী দেখাৰ চেষ্টা কৰি প্ৰায় ২ বজালৈকে অঞ্চলটোত এক আতংকময় পৰিবেশ বিৰাজ কৰে ৷ উল্লেখ্য যে আজি কেইবাদিনো ধৰি শিমলুগুৰি অঞ্চলত হাতীজাকটোৰ বাবে ৰাইজে বিনিদ্ৰ ৰজনী কটাইছে ৷ বন বিভাগে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত ক্ষোভৰ উদ্গীৰণ হৈছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সেনা বাহিনীৰ বেডমিণ্টন টুৰ্ণাইণ্টনৰ ট্ৰফী উন্মোচন
সেনা বাহিনীৰ বেডমিণ্টন টুৰ্ণাইণ্টনৰ ট্ৰফী উন্মোচন
২০২৬ ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
2026 ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে _ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
तब्बल 38 वर्षापासून चे साहित्यरत्न लोकशाहीर आण्णाभाऊ साठे यांच्या नावाने असलेले
मुंबई दिनांक 13 ऑक्टोंबर 2022
साहित्यरत्न लोकशाहीर अण्णाभाऊ साठे म्हणजे खरंच एक जिवंत विद्यापीठ...