বিশ্বনাথত পুনৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত হল চুৰি কাণ্ড। চোৰে চাফাই অভিযান চলালে বিশ্বনাথ চাৰিঅালি ফলফলি স্থিত শনি মন্দিৰত। উক্ত ঘটনা আজি পুৱা পোহৰলৈ আহে এই ঘটনা। উল্লেখ্য যে যোৱা নিশা বিশ্বনাথৰ ফলফলিস্থিত শনি মন্দিৰৰ মূল মন্দিৰৰ তলা ভাঙিবলৈ চেষ্টা কৰে যদিও বিফল হয়। যাৰ বাবে চোৰে মন্দিৰৰ গুডাম ঘৰৰ পকাৰ ভেন্টিলেচন ভাঙি লৈ যায় চিচি টিভিৰ মনিটৰৰ লগতে ডি.ভি.আৰ। ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ দল উপস্হিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানে কোনো সম্ভেদ পোহৰলৈ অহা নাই। আনহাতে চোৰে মন্দিৰত চুৰি কৰাৰ পূৰ্বে চাকি বন্তি জলাই হে চোৰে চাফাই অভিযান চলোৱা পুলিচে সন্দেহ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત શહેર નજીક આવેલ સચિન જીઆઇડીસી માં આવેલ કેમિકલની કંપનીમાં પ્રચંડ ધડાકા સાથે લાગી આગ.
સુરત શહેર નજીક આવેલ સચિન જીઆઇડીસી માં આવેલ કેમિકલની કંપનીમાં પ્રચંડ ધડાકા સાથે લાગી આગ.
भक्ष्याच्या मागे आलेल्या सापाचा मुलीला दंश; झोपेतील मुलीचा मृत्यू
चिपळूण : भक्ष्याच्या मागे आलेल्या सापाने दंश केल्याने एका मुलीचा मृत्यू झाल्याची घटना चिपळूण येथे...
Felicitation pogramme HSLC & HS Final Examination,2022
Securing first division students at Udalguri college Auditorium hall, UdalguriDate 28th...
ડીસા નગરપાલિકા હોલ ખાતે મનકી બાત માં મોટી સખ્યાં પોલીસ કર્મી ઓ ઉપસ્થિત રહ્યા
ડીસા નગરપાલિકા હોલ ખાતે મનકી બાત માં મોટી સખ્યાં પોલીસ કર્મી ઓ ઉપસ્થિત રહ્યા
বিশ্বনাথত কি খোৱাৰ কথা ক'লে জুবিন গাৰ্গে?
কিবা এটা খাবলৈ লাগিব জুবিন গাৰ্গ।#zubin garg