বিশ্বনাথত পুনৰ ধৰ্মীয় অনুষ্ঠানত সংঘটিত হল চুৰি কাণ্ড। চোৰে চাফাই অভিযান চলালে বিশ্বনাথ চাৰিঅালি ফলফলি স্থিত শনি মন্দিৰত। উক্ত ঘটনা আজি পুৱা পোহৰলৈ আহে এই ঘটনা। উল্লেখ্য যে যোৱা নিশা বিশ্বনাথৰ ফলফলিস্থিত শনি মন্দিৰৰ মূল মন্দিৰৰ তলা ভাঙিবলৈ চেষ্টা কৰে যদিও বিফল হয়। যাৰ বাবে চোৰে মন্দিৰৰ গুডাম ঘৰৰ পকাৰ ভেন্টিলেচন ভাঙি লৈ যায় চিচি টিভিৰ মনিটৰৰ লগতে ডি.ভি.আৰ। ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ দল উপস্হিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানে কোনো সম্ভেদ পোহৰলৈ অহা নাই। আনহাতে চোৰে মন্দিৰত চুৰি কৰাৰ পূৰ্বে চাকি বন্তি জলাই হে চোৰে চাফাই অভিযান চলোৱা পুলিচে সন্দেহ কৰে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  Lok Sabha Election 2024: Dimple Yadav Mainpuri Seat से करेंगी नामांकन, Akhilesh Yadav भी होंगे साथ 
 
                      Lok Sabha Election 2024: Dimple Yadav Mainpuri Seat से करेंगी नामांकन, Akhilesh Yadav भी होंगे साथ
                  
   চৰাইদেউ জিলাৰ চেপন শিক্ষা খণ্ডৰ এখন বিদ্যালয় একত্ৰিকৰণত বিসংগতিৰ অভিযোগ 
 
                      বিদ্যালয় একত্ৰিকৰণত বিসংগতি ৰ অভিযোগ ৷ মাত্ৰ ৬ জন ছাত্ৰছাত্ৰী থকা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ লগত...
                  
   MCN NEWS| जागतिक क्षयरोग दिन निमित्त वैजापुरात जनजागृती फेरी | Tuberculosis | World TB Day 
 
                      MCN NEWS| जागतिक क्षयरोग दिन निमित्त वैजापुरात जनजागृती फेरी | Tuberculosis | World TB Day
                  
   
  
  
  
   
   
  