সোণাৰিৰ কাষৰীয়া শিঙৰিতলী গণজুপাৰা গাওঁত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে কাষৰীয়া নাফুক চাহ বাগিচাৰ ১ নম্বৰ লাইনৰ বাসিন্দা আশা কুৰ্মী আৰু হেমন্তী তাঁতী নামৰ মহিলা দুগৰাকী আজি পুৱা ইটা ভাটাত কাম কৰিবলৈ খোজেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন পিক আপ বাহনে খুন্দিয়াত গুৰুতৰ ভাৱে আহত হয়। স্থানীয় ৰাইজে মহিলা দুগৰাকীক ততাতয়াকৈ সোণাৰিৰ পি বি নাৰ্ছিং হোম আৰু তাৰ পৰা সোণাৰি জিলা অসামৰিক চিকিৎসালয়ত নি ভৰ্তি কৰে। মূৰত আৰু হাতত গুৰুতৰ ভাৱে আঘাত পোৱা মহিলা দুগৰাকীৰ চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
নিশা হোৱাৰ লগে লগে আন্ধাৰত ডুব যায় মঙ্গলদৈত অসামৰিক চিকিৎসালয়ৰ সন্মুখভাগ
নিশা হোৱাৰ লগে লগে আন্ধাৰত ডুব যায় মঙ্গলদৈত অসামৰিক চিকিৎসালয়ৰ সন্মুখভাগমঙ্গলদৈ অসামৰিক...
પાંથાવાડા આજુબાજુ વિસ્તારમાં ગાજવીજ , કરા સાથે વરસાદ
બનાસકાંઠા જિલ્લામાં વાતાવરણમાં પલ્ટો
હવામાન વિભાગની અગાહીને પગલે વાતાવરણમાં જોવા મળ્યો પલ્ટો...
रविंद्र सिंह भाटी का बड़ा बयान, मुकदमे, लाठी खाऊंगा, जेल जाऊंगा, रूकूंगा नहीं
रविंद्र भाटी ने एक बार फिर से जोरदार बयान दिया है और कहा कि वो डरने वाले नही हैं ...रूकने वाले भी...
প্ৰশাসনৰ উদ্যোগত অতুল শৰ্মাৰ সৎকাৰ সম্পূৰ্ণ হ'ল মঙলদৈ ৰাজহুৱা শ্মশানত।
দৰং জিলাৰ,প্ৰশাসনৰ উদ্যোগত অতুল শৰ্মাৰ...