সোণাৰিৰ কাষৰীয়া শিঙৰিতলী গণজুপাৰা গাওঁত আজি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে কাষৰীয়া নাফুক চাহ বাগিচাৰ ১ নম্বৰ লাইনৰ বাসিন্দা আশা কুৰ্মী আৰু হেমন্তী তাঁতী নামৰ মহিলা দুগৰাকী আজি পুৱা ইটা ভাটাত কাম কৰিবলৈ খোজেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন পিক আপ বাহনে খুন্দিয়াত গুৰুতৰ ভাৱে আহত হয়। স্থানীয় ৰাইজে মহিলা দুগৰাকীক ততাতয়াকৈ সোণাৰিৰ পি বি নাৰ্ছিং হোম আৰু তাৰ পৰা সোণাৰি জিলা অসামৰিক চিকিৎসালয়ত নি ভৰ্তি কৰে। মূৰত আৰু হাতত গুৰুতৰ ভাৱে আঘাত পোৱা মহিলা দুগৰাকীৰ চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહેસાણા:શહેરમાં ફાયર શાખા પાસે બનાવેલા કુંડમાં 1530 મૂર્તિઓનું વિસર્જન કરાયું
મહેસાણા:શહેરમાં ફાયર શાખા પાસે બનાવેલા કુંડમાં 1530 મૂર્તિઓનું વિસર્જન કરાયું
कापसाच्या शेतात गांजाची झाडे ,46,200 रु मुद्देमाल केला जप्त
कापसाच्या शेतात गांजाची झाडे ,46,200 रु मुद्देमाल केला जप्त
हट्टा पोलीस स्टेशनचे सहाय्यक पोलीस...
કોર્ટે પોકસોના આરોપીને સજા ફટકારી
કોર્ટે પોકસોના આરોપીને સજા ફટકારી
বৈকুণ্ঠপুৰ কাণ্ডত জৰিত প্ৰথম জন ব্যক্তিক গ্ৰেপ্তাৰ
বৈকুণ্ঠপুৰ কাণ্ডত জৰিত প্ৰথম জন ব্যক্তিক গ্ৰেপ্তাৰ l
নুমলীগড়ত মৰঙি আঞ্চলিক মইনা পাৰিজাত আৰু গোলঘাট জিলা মইনা পাৰিজাতৰ একাংকিকা নাটক প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
নুমলীগড়ত মৰঙি আঞ্চলিক মইনা পাৰিজাত আৰু গোলঘাট জিলা মইনা পাৰিজাতৰ একাংকিকা নাটক প্ৰতিযোগিতা...