নাজিৰাৰ এটা প্ৰায় ১৫ টকা ব্যয়ৰে নিৰ্মাণ কৰা কাৰেং দুগ্ধ প্ৰকল্পক স্থানান্তৰ কৰাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । অসম দেশৰ বিষম কথা , অসমৰ দুৰ্নীতি, অনিয়ম, অনাচাৰ আদিৰ কথা হয়টো কৈ থাকিলে ওৰকে নপৰে। আঁচনি, প্ৰকল্প, নামাকৰন ইয়াৰ লকৈ সকলো ঠিকেই থাকে। তাৰ পাছত অসমৰ থলুৱা সকলৰ স্বাৰ্থত প্ৰতিস্থা কৰা উদ্যোগ বোৰে গতি কৰে মৃত্যুৰ দিশলৈ । ঠিক তেনে এক ঘটনাই সংঘটিত হৈছে নাজিৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত তথা চানবছাস্থিত কাৰেং দুগ্ধ প্ৰকল্প নামৰ এটা বৃহৎ উদ্যোগৰ। ২০০৪(2004) চনতে প্ৰতিষ্ঠা লাভ কৰা এই উদ্যোগটোৱে স্থানিয় অঞ্চলৰ লগতে শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তত পেকেটিং কৰি গাখীৰ যোগান ধৰি আহিছিল। কিন্তু লক্ষ্যনীয় বিষয়টো হল যে এই বৃহৎ উদ্যোগটোৱে মাত্ৰ ৬ ৰ পৰা ৭ বছৰ পৰ্য্যন্ত কাৰ্য্যত চলাৰ পাছত বন্ধ হৈ যায়। শেহতীয়াকৈ আহি পৰা তথ্য অনুসৰি বৰ্তমানৰ এই উদ্যোগটো আন কোনো স্থানত প্ৰতিস্থা কৰাৰ জো-যা চলি আছে। আৰু যাকে লৈ আজি বীৰ লাচিত সেনা অসম শিৱসাগৰ জিলা সমিতিৰ বিষয়-ববীয়া সকল ক্ষুভিত হৈ উঠিছে। তেওঁলোকৰ মতে এটা উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজন হয় ১৫ ৰ পৰা ২০ কোটি টকা কিন্তু সেই একেটা উদ্যোগকে আন ঠাইত সেই একে পৰিমানৰ ধন ব্যয় কৰি প্ৰতিষ্ঠা কৰাৰ যুক্তি ক'ত। লগতে বীৰ লাচিত সেনাই ক্ষুভ ব্যক্ত কৰি কয় যে নাজিৰাৰ স্থানীয় ৰাইজৰ তথা সুন্দৰ-পুখুৰী দুগ্ধ সমবায় সমিতিৰ লগতে স্থানীয় গো-পালক সকলকৰ লগত এবাৰো আলোচনা নকৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰাটো নীতি বহিভূত বিষয়। আৰু অনাগত দিনত চৰকাৰ তথা প্ৰশাসনে এনে কাৰ্য্যৰ বিৰত থকাৰ উদ্দেশ্যে নাজিৰা মহকুমাধিপতীক এখন স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে। আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে বীৰ লাচিত সেনা অসম তথা শিৱসাগৰ জিলা সমিতিয়ে তীব্ৰ আন্দোলনৰ বাবে সাজু থাকিবলৈ চৰকাৰক সকীয়াই দিয়ে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে বিগত দিনবোৰৰ বহু প্ৰাপ্য ধনৰ বাবে আজিও হাবাথুৰি খাব লগা হৈছে স্থানীয় গোপালক সকল। এতিয়াও কোনো কোনো গোপালকে পূৰ্বতে যোগানধৰা গাখিৰৰ বাবে ৫০ হাজাৰ কৈ ধন পাবলৈ বাকী আছে আজি পৰ্যন্ত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
An Electric department employee named Mr. Bimal Acharya is hospitalised in contact with high voltage electric wire who is in critical condition .
A 30 years old boy named Mr. Bimal Acharya is an casual employee of electric...
গোলাঘাটত আইন বলৱৎকাৰী সকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী
গোলাঘাটত জিলা ধঁপাত নিয়ন্ত্ৰণ কেন্দ্ৰ, গোলাঘাটৰ উদ্যোগত আইন বলৱৎকাৰী সকলৰ জিলা পৰ্যায়ৰ...
હાલોલના ઘનસર વાવ ગામે આવેલ કંપનીમાં ધડાકાભેર બોયલર ફાટી આગ લાગતા કામદારો જીવ બચાવવા ભાગ્યા.
હાલોલના ઘનસર વાવ ગામે આવેલ કંપનીમાં ધડાકાભેર બોયલર ફાટી આગ લાગતા કામદારો જીવ બચાવવા ભાગ્યા.
फेस्टिव सीजन में खरीदने जा रहे सेकंड हैंड कार, 7 बातों का रखें ध्यान, नहीं तो बार-बार होंगे परेशान
Used Car Buying Tips फेस्टिव सीजन में बहुत से लोग कार खरीदने का प्लान बनाते हैं। जिसमें से...
पन्ना में नए रेल्वे स्टेशन भवन निर्माण की योजना तैयार
अत्याधुनिक विशेषताओं वाला होगा नया स्टेशन
पन्ना शहर को रेलवे स्टेशन की सौगात मिलने जा रही है।
पन्ना में निर्मित होने वाले...