আগন্তুক অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনক কেন্দ্ৰ কৰি নাৰায়ণপুৰ নগৰৰ মাজ মজিয়াত স্থাপন কৰা হ’ব পদ্মনাথ গোঁহাঞিবৰুৱাৰ প্ৰতিমূৰ্তি ৷ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি লখিমপুৰীয়া সন্তান গোঁহাঞিবৰুৱাৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কথা আজি লাইখুঁটা স্থাপন অনুষ্ঠানৰ মুকলি সভাত উদ্যাপন সমিতিৰ সভাপতি অমিয় কুমাৰ ভূঞাই জানিবলৈ দিয়ে ৷ জাতীয় অনুষ্ঠানটোৰ প্ৰাণ প্ৰতিষ্ঠান গৰাকীক নৱ প্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ বাবেই নাৰায়ণপুৰ নগৰত অধিৱেশনৰ পূৰ্ৱে প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PALANPUR // પાલનપુર એરોમા સર્કલ ખાતે ટીઆરબી જવાનો ને એસ.પી તેમજ અધિકારીઓ દાતાઓ ની ઉપસ્થિતિમાં તેઓના હસ્તે હેલ્મેટ વિતરણનો કાર્યક્રમ..
પાલનપુર એરોમા સર્કલ ખાતે હેલ્મેટ પહેરવા અંગે પોલીસ, ટીઆરબી જવાનોથી શરૂ કરી ટ્રાફિકના નિયમોનું...
শিমলুগুৰি মাছৰ বজাৰত নাই ক্ৰেতা বিক্ৰেতা ।
শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত শিমলুগুৰি মাছৰ বজাৰ । এটা সময়ত বজাৰখনত যথেষ্ট ভিৰ পৰিলক্ষিত হৈছিল ।...
સિહોર માં ભુદેવોએ નવી જનોઈ ધારણ કરી
રક્ષાબંધનના પાવન દિવસે ભૂદેવો પરંપરાગત રીતે પોતાની જનોઈ બદલતા હોય છે શ્રાવણ માસના પૂનમના દિવસે...
Haryana Political Updates: CM Khattar समेत पूरी कैबिनेट का इस्तीफा, शाम 5 बजे नई सरकार का शपथ ग्रहण
Haryana Political Updates: CM Khattar समेत पूरी कैबिनेट का इस्तीफा, शाम 5 बजे नई सरकार का शपथ ग्रहण