নাৰায়ণপুৰ আৰক্ষীয়ে আজি বিয়লি গোপন সুত্ৰৰ পম খেদি অভিযান চলাই শ্ৰীভূঞা কছাৰীপথাৰত তুলশী কছাৰীৰ নামৰ লোকজনৰ ঘৰৰ পৰা ১ কুইন্টল ১০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত শ্ৰীভূঞা কছাৰী গাওঁ তুলসী কছাৰীৰ বাসগৃহৰ বৃহৎ পৰিমানৰ গাঞ্জা খিনি বিচনাৰ তলত ৰাখি ব্যৱসায় চলাই আহিছিল ৷ আৰক্ষীয়ে গোপন সুত্ৰে এই খবৰ লাভ কৰি অভিযান চলাই গাঞ্জা সমুহ জব্দ কৰাৰ লগতে তুলসী কছাৰী নামৰ অসাধু ব্যৱসায়ীজনক আটক কৰে ৷ ইফালে তুলসী কছাৰীক ওৰফে মইনা কছাৰীৰ ভাষ্য অনুসৰি পুত্ৰ হৰেন কছাৰীয়ে তেওঁৰ অজ্ঞাতে এই ব্যৱসায় কৰি আহিছিল ৷ আৰক্ষীয়ে গাঞ্জা সহিতে তুলসী কছাৰী নাৰায়ণপুৰ আৰক্ষীৰ জিম্মাত ৰাখি তদন্ত আৰম্ভ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રક્ષાબંધનના તહેવાર નિમિત્તે AMC ટ્રાન્સપોર્ટ સર્વિસ દ્વારા મહિલાઓને તેમજ દસ વર્ષથી નાના બાળકોને મફત!
રક્ષાબંધનના તહેવાર નિમિત્તે AMC ટ્રાન્સપોર્ટ સર્વિસ દ્વારા મહિલાઓને તેમજ દસ વર્ષથી નાના બાળકોને મફત!
અમદાવાદના શાહપુરમાં પરિવાર વહેલી સવારે ઊંઘમાં હતો ને આગ લાગી, 8 વર્ષના બાળક સાથે માતા-પિતાનાં મોત
અમદાવાદ: શાહપુરમાં પરિવાર વહેલી સવારે ઊંઘમાં હતો ને આગ લાગી, 8 વર્ષના બાળક સાથે માતા-પિતાનાં મોત....
सिटी स्कूल की छात्रा ने राष्ट्रीय शिविर पिथौरागढ़ में जीता गोल्ड मेडल
सिटी स्कूल की छात्रा ने राष्ट्रीय शिविर पिथौरागढ़ में जीता गोल्ड मेडलबूंदी। पिथौरागढ़ में आयोजित...
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ৪জনৰ মৃত্যু, ৪৫ গৰাকী আহত
দেৱালীৰ প্ৰস্তুতিৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। যাত্ৰীবাহী বাছ আৰু এখন ট্ৰাকৰ...